প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে চীনৰ হাংঝৌত অনুষ্ঠিত এছিয়ান পেৰা গেমছ ২০২২ত বেডমিণ্টন মিক্সড ডাবলছ SL3-SU5 ইভেণ্টত ব্ৰঞ্জৰ পদক লাভ কৰাৰ বাবে প্ৰমোদ ভগত আৰু মনীষা ৰামাদাসক অভিনন্দন জ্ঞাপন কৰিছে।

প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰিছে:

"এছিয়ান পেৰা গেমছত বেডমিণ্টন মিক্সড ডাবলছ SL3-SU5 ইভেণ্টত ব্ৰঞ্জৰ পদক লাভ কৰাৰ বাবে প্ৰমোদ ভগত আৰু মনীষা ৰামাদাসৰ গতিশীল যুটিলৈ অভিনন্দন। ভাৰতে এই উল্লেখযোগ্য কৃতিত্বক অসীম গৌৰৱেৰে উদযাপন কৰে!”

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
‘DigiDukaan’ drive set to digitise 1.4 crore kirana stores, modernising India’s FMCG backbone and revolutionising general trade

Media Coverage

‘DigiDukaan’ drive set to digitise 1.4 crore kirana stores, modernising India’s FMCG backbone and revolutionising general trade
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 13 জুন 2026
June 13, 2026

Viksit Bharat Accelerating: Tech, Defense, Infra & Exports Power India's Global Leap Under the Leadership of PM Modi