চীনৰ হাংঝৌত চলি থকা এছিয়ান পেৰা গেমছ ২০২২ ৰ বেডমিণ্টন মহিলা একক SL3 ইভেণ্টত ব্ৰঞ্জৰ পদক লাভ কৰাৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মনদ্বীপ কৌৰক অভিনন্দন জনাইছে।
প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰিছে: “এছিয়ান পেৰা গেমছত মহিলা একক SL3 ত ব্ৰঞ্জৰ পদক লাভ কৰি মনদ্বীপ কৌৰে এক উল্লেখযোগ্য নজিৰ স্থাপন কৰিছে। কৃতী খেলুৱৈগৰাকীক অভিনন্দন আৰু আগন্তুক প্ৰচেষ্টাৰ বাবে শুভেচ্ছা।”
A remarkable achievement by Mandeep Kaur as she secures the Bronze Medal in Women's Singles SL3 at the Asian Para Games. Congrats to her and all the best for the endeavours ahead. pic.twitter.com/aQCPP2hI7y
— Narendra Modi (@narendramodi) October 25, 2023


