প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভাৰতৰ প্ৰথমটো সৌৰ অনুসন্ধান উপগ্ৰহ আদিত্য-এল১-এ গন্তব্যস্থানত উপনীত হোৱাৰ লগে লগে আনন্দ প্ৰকাশ কৰে।

 

এই কৃতিত্বক আমাৰ বিজ্ঞানীসকলৰ সমৰ্পণৰ প্ৰমাণ বুলি অভিহিত কৰি তেওঁ কয় যে আমি মানৱতাৰ হিতৰ বাবে বিজ্ঞানৰ নতুন দিগন্ত অনুসৰণ কৰি যাম।

 

প্ৰধানমন্ত্ৰীয়ে এক্সত এইদৰে পোষ্ট কৰিছেঃ

 

"ভাৰতে আন এক মাইলৰ খুঁটি সৃষ্টি কৰিছে। ভাৰতৰ প্ৰথমটো সৌৰ অনুসন্ধান উপগ্ৰহ আদিত্য-এল১-এ ইয়াৰ গন্তব্যস্থানত উপনীত হৈছে। এইটো আটাইতকৈ জটিল আৰু কঠিন মহাকাশ অভিযানসমূহৰ মাজৰ এটাক সাকাৰ কৰাৰ ক্ষেত্ৰত আমাৰ বিজ্ঞানীসকলৰ নিৰন্তৰ সমৰ্পণৰ প্ৰমাণ। মই এই অসাধাৰণ কৃতিত্বক প্ৰশংসা কৰাৰ ক্ষেত্ৰত ৰাষ্ট্ৰৰ সৈতে যোগ দিছোঁ। আমি মানৱতাৰ হিতৰ বাবে বিজ্ঞানৰ নতুন দিগন্ত অনুসৰণ কৰি যাম।"

 

 

Explore More
৭৭সংখ্যক স্বাধীনতা দিৱস উপলক্ষে লালকিল্লাৰ প্ৰাচীৰৰ পৰা দেশবাসীক উদ্দেশ্যি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আগবঢ়োৱা ভাষণৰ অসমীয়া অনুবাদ

Popular Speeches

৭৭সংখ্যক স্বাধীনতা দিৱস উপলক্ষে লালকিল্লাৰ প্ৰাচীৰৰ পৰা দেশবাসীক উদ্দেশ্যি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আগবঢ়োৱা ভাষণৰ অসমীয়া অনুবাদ
Budget 2024: Small gets a big push

Media Coverage

Budget 2024: Small gets a big push
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 24 জুলাই 2024
July 24, 2024

Holistic Growth sets the tone for Viksit Bharat– Citizens Thank PM Modi