প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভাৰতৰ প্ৰথমটো সৌৰ অনুসন্ধান উপগ্ৰহ আদিত্য-এল১-এ গন্তব্যস্থানত উপনীত হোৱাৰ লগে লগে আনন্দ প্ৰকাশ কৰে।

 

এই কৃতিত্বক আমাৰ বিজ্ঞানীসকলৰ সমৰ্পণৰ প্ৰমাণ বুলি অভিহিত কৰি তেওঁ কয় যে আমি মানৱতাৰ হিতৰ বাবে বিজ্ঞানৰ নতুন দিগন্ত অনুসৰণ কৰি যাম।

 

প্ৰধানমন্ত্ৰীয়ে এক্সত এইদৰে পোষ্ট কৰিছেঃ

 

"ভাৰতে আন এক মাইলৰ খুঁটি সৃষ্টি কৰিছে। ভাৰতৰ প্ৰথমটো সৌৰ অনুসন্ধান উপগ্ৰহ আদিত্য-এল১-এ ইয়াৰ গন্তব্যস্থানত উপনীত হৈছে। এইটো আটাইতকৈ জটিল আৰু কঠিন মহাকাশ অভিযানসমূহৰ মাজৰ এটাক সাকাৰ কৰাৰ ক্ষেত্ৰত আমাৰ বিজ্ঞানীসকলৰ নিৰন্তৰ সমৰ্পণৰ প্ৰমাণ। মই এই অসাধাৰণ কৃতিত্বক প্ৰশংসা কৰাৰ ক্ষেত্ৰত ৰাষ্ট্ৰৰ সৈতে যোগ দিছোঁ। আমি মানৱতাৰ হিতৰ বাবে বিজ্ঞানৰ নতুন দিগন্ত অনুসৰণ কৰি যাম।"

 

 

Explore More
140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day

Popular Speeches

140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day
Over 3 lakh houses constructed under PM Awas Yojana in J&K

Media Coverage

Over 3 lakh houses constructed under PM Awas Yojana in J&K
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 24 মাৰ্চ 2025
March 24, 2025

Viksit Bharat: PM Modi’s Vision in Action