দুটা শ্বাহী স্নানেৰে কুম্ভৰ নিয়ম ৰক্ষাৰ সকলো ৰীতি পালনৰ অনুৰোধ
বুজ ল’লে সাধুসকলৰ স্বাস্থ্যৰ

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে টেলিফোনযোগে আচার্য মহামণ্ডলেশ্বৰ পূজ্য স্বামী অৱধেশানন্দ গিৰিজীৰ সৈতে কথা পাতে। তেওঁ সকলো সাধুৰ শাৰীৰিক অৱস্থাৰ বুজ লয়৷ প্রশাসনক পূর্ণ সহযোগিতা আগবঢ়োৱাৰ বাবে তেওঁ সাধু সমাজক ধন্যবাদ জনায়৷

দুটা শ্বাহী স্নান হোৱাৰ পাছত প্রধানমন্ত্রীয়ে অনুৰোধ কৰে এতিয়া কুম্ভ মেলাত নিয়ম ৰক্ষার্থে ৰীতি-নীতি পালন কৰা হওক। ইয়াৰ ফলত মহামাৰীৰ বিৰুদ্ধে লড়াই জোৰদাৰ হ’ব৷

 

প্রধানমন্ত্রীৰ অনুৰোধক সন্মান জনাই আচার্য মহামণ্ডলেশ্বৰ পূজ্য স্বামী অৱধেশানন্দ গিৰিজীয়ে ভক্তসকলক কয় যে তেওঁলোকে যাতে অধিক হাৰত সমবেত নহৈ স্নান কৰিবলৈ নাহে আৰু ক’ভিড সংক্রান্তীয় আচৰণবিধি উপযুক্তভাবে মানি চলে৷

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
82 km in less than 1 hour: Delhi-Meerut Namo Bharat corridor set for full opening on Feb 22

Media Coverage

82 km in less than 1 hour: Delhi-Meerut Namo Bharat corridor set for full opening on Feb 22
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 22 ফেব্ৰুৱাৰী 2026
February 22, 2026

From Hours to Minutes: PM Modi’s Vision Turns Namo Bharat into Atmanirbhar Chips, AI & Global Pride