প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰী গুৰু টেগ বাহাদুৰ জীৰ শ্বহীদ দিৱসত তেওঁলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ন্যায়, সমতা আৰু মানৱতাৰ সুৰক্ষাৰ মূল্যবোধৰ বাবে শ্ৰী গুৰু টেগ বাহাদুৰ জীৰ অতুলনীয় সাহস আৰু ত্যাগক স্মৰণ কৰে।

এক্সৰ পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়;

“শ্ৰী গুৰু টেগ বাহাদুৰ জীৰ শ্বহীদ দিৱসত আমি ন্যায়, সমতা আৰু মানৱতাৰ সুৰক্ষাৰ মূল্যবোধৰ বাবে অতুলনীয় সাহস আৰু ত্যাগক স্মৰণ কৰিছোঁ। তেওঁৰ শিক্ষাই আমাক প্ৰতিকূলতাৰ সন্মুখত দৃঢ়তাৰে থিয় হৈ নিস্বাৰ্থভাৱে সেৱা কৰিবলৈ অনুপ্ৰাণিত কৰে। তেওঁৰ ঐক্য আৰু ভাতৃত্ববোধৰ বাৰ্তাইও আমাক যথেষ্ট প্ৰেৰণা যোগায়।"

"ਸ੍ਰੀ ਗੁਰੂ ਤੇਗ਼ ਬਹਾਦਰ ਜੀ ਦੇ ਸ਼ਹੀਦੀ ਦਿਹਾੜੇ 'ਤੇ, ਅਸੀਂ ਨਿਆਂ, ਬਰਾਬਰੀ ਅਤੇ ਮਨੁੱਖਤਾ ਦੀ ਰਾਖੀ ਦੀਆਂ ਕਦਰਾਂ-ਕੀਮਤਾਂ ਲਈ ਲਾਸਾਨੀ ਦਲੇਰੀ ਅਤੇ ਤਿਆਗ ਨੂੰ ਯਾਦ ਕਰਦੇ ਹਾਂ। ਉਨ੍ਹਾਂ ਦੀਆਂ ਸਿੱਖਿਆਵਾਂ ਸਾਨੂੰ ਮਾੜੇ ਹਾਲਾਤ ਵਿੱਚ ਵੀ ਦ੍ਰਿੜ੍ਹ ਰਹਿਣ ਅਤੇ ਨਿਰਸੁਆਰਥ ਸੇਵਾ ਕਰਨ ਲਈ ਪ੍ਰੇਰਿਤ ਕਰਦੀਆਂ ਹਨ। ਏਕਤਾ ਅਤੇ ਭਾਈਚਾਰੇ ਦਾ ਉਨ੍ਹਾਂ ਦਾ ਸੁਨੇਹਾ ਵੀ ਸਾਨੂੰ ਬਹੁਤ ਪ੍ਰੇਰਿਤ ਕਰਦਾ ਹੈ।"

 

Explore More
140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day

Popular Speeches

140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day
India’s annual coffee exports double to $1.3 billion in last 4 years

Media Coverage

India’s annual coffee exports double to $1.3 billion in last 4 years
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 21 জানুৱাৰী 2025
January 21, 2025

Appreciation for PM Modi’s Effort Celebrating Culture and Technology