প্ৰধানমন্ত্ৰী, শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি শ্ৰী আয়া বৈকুন্দ স্বামীকালৰ জন্ম বাৰ্ষিকী উপলক্ষে শ্ৰদ্ধা নিবেদন কৰে।

প্ৰধানমন্ত্ৰীয়ে এক্সত কৰা এটা পোষ্টত উল্লেখ কৰে -

“শ্ৰী আয়া বৈকুন্দ স্বামীকালৰ জন্ম বাৰ্ষিকীত তেখেতলৈ শ্ৰদ্ধা নিবেদিছো। দৰিদ্ৰ জনতাৰ মাজত এখন সবলীকৃত সমাজ গঢ়িবৰ বাবে তেওঁ কৰি যোৱা অগণিত প্ৰচেষ্টাক লৈ আমি দেশবাসী সদায়েই গৌৰৱান্বিত। মানৱতাৰ বাবে তেওঁ দেখা সপোন পূৰণৰ বাবে আমি বদ্ধপৰিকৰ হৈ থাকিম।”

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Rural commercial vehicle retail sales growth outpaces urban: Fada data

Media Coverage

Rural commercial vehicle retail sales growth outpaces urban: Fada data
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 31 আগষ্ট 2026
August 31, 2026

New India, One Time, One Direction: Growth at Home, Stature Abroad Under PM Modi