প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আজি নাগালেণ্ডৰ মুখ্যমন্ত্ৰী শ্ৰী নেইফিউ ৰিঅ’ আৰু তেওঁৰ মন্ত্ৰী পৰিষদৰ শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত থাকে৷

এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়;

“@Neiphiu ৰিঅ’ আৰু তেওঁৰ মন্ত্ৰী পৰিষদৰ শপতগ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰিলো৷ মোৰ বিশ্বাস যে তৰুণ আৰু অভিজ্ঞতাসম্পন্ন মন্ত্ৰীৰে গঠিৰে গঠিত তেওঁৰ টীমটোৱে নাগালেণ্ডৰ সু-শাসন গতি অব্যাহত ৰখাৰ লগতে জনসাধাৰণৰ আশা-আকাংক্ষা পুৰণ কৰিব৷ তেওঁলোকক মই শুভেচ্ছা জনালো৷”

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
'Housing for all' by 2029: Centre approves Rs 10,021 crore fund for PMAY-G in 12 states

Media Coverage

'Housing for all' by 2029: Centre approves Rs 10,021 crore fund for PMAY-G in 12 states
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 3 জুন 2026
June 03, 2026

One Vision, Many Fronts: How PM Modi is Building Viksit Bharat Across Tech, Defense, Green Energy & Welfare