প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৪ জুলাই, ২০২৩ত ফ্ৰান্সৰ ৰাষ্ট্ৰপতি শ্ৰী ইমানুৱেল মেক্ৰনৰ আমন্ত্ৰণমৰ্মে চেম্পছ-এলিচিজত বাষ্টিল দিৱসৰ পেৰেডত সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰে।

 

ভাৰত-ফ্ৰান্সৰ কৌশলগত অংশীদাৰিত্বৰ ২৫ সংখ্যক বাৰ্ষিকী উপলক্ষে, এটা সামৰিক বেণ্ডৰ নেতৃত্বত ২৪১ জনীয়া ত্ৰি-সেৱা ভাৰতীয় সশস্ত্ৰ বাহিনীৰ দলেও এই পেৰেডত অংশগ্ৰহণ কৰে। ভাৰতীয় সেনাৰ দলটোক ৰাজপুতনা ৰাইফলছ ৰেজিমেন্টৰ লগতে পঞ্জাৱ ৰেজিমেন্টে নেতৃত্ব প্ৰদান কৰে।

 

হাছিমাৰাৰ ১০১ স্কোয়াড্ৰনৰ ভাৰতীয় বায়ু সেনাৰ ৰাফেল জেটে এই পেৰেডৰ সময়ত ফ্লাই পাষ্টত অংশগ্ৰহণ কৰে।

 

১৪ জুলাইৰ দিনটো ফৰাচী বিপ্লৱৰ সময়ত ১৭৮৯ৰ ১৪ জুলাইত বাষ্টিল কাৰাগাৰত হোৱা ধুমুহাৰ বাৰ্ষিকী হিচাপে পালন কৰা হয়। এয়া ভাৰতীয় আৰু ফৰাচী উভয় সংবিধানৰে কেন্দ্ৰীয় বিষয়বস্তু 'স্বাধীনতা, সমতা আৰু ভ্ৰাতৃত্ব'ৰ গণতান্ত্ৰিক প্ৰমূল্যবোধৰ প্ৰতীক।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Why Amazon, Microsoft, Google are pouring $57 billion to build AI infrastructure in India

Media Coverage

Why Amazon, Microsoft, Google are pouring $57 billion to build AI infrastructure in India
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Governor of Gujarat meets the Prime Minister
June 25, 2026

Governor of Gujarat, Shri Acharya Devvrat met with the Prime Minister Shri Narendra Modi, today.

The Prime Minister posted on X;

Governor of Gujarat, Shri @ADevvrat met Prime Minister @narendramodi today.