প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আজি ত্ৰিনিদাদ আৰু টোবাগ’ গণৰাজ্যৰ পৰ্ট অৱ স্পেইনত ৰাজ্যিক ভ্ৰমণৰ বাবে উপস্থিত হয়। প্ৰধানমন্ত্ৰীয়ে ৩-৪ জুলাই তাৰিখে দেশখন ভ্ৰমণ কৰিব। ১৯৯৯ৰ পাছত প্ৰথমবাৰলৈ কোনো ভাৰতীয় প্ৰধানমন্ত্ৰীয়ে ত্ৰিনিদাদ আৰু টোবাগ’লৈ দ্বিপাক্ষিক ভ্ৰমণ কৰিছে।

 

ভাৰত আৰু ত্ৰিনিদাদ আৰু টোবাগ’ৰ মাজৰ গভীৰ সম্পৰ্কৰ প্ৰতীক হিচাপে, ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকী বিমানবন্দৰত অৱতৰণ কৰাৰ পাছত দেশখনৰ প্ৰধানমন্ত্ৰী, শ্ৰীমতী কামলা পাৰ্ছাদ-বিচেছাৰ, তেওঁৰ মন্ত্ৰীসভাৰ সদস্যসকল আৰু দেশখনৰ কেইবাজনো গন্যমান্য ব্যক্তিয়ে তেওঁক আদৰণি জনায়। প্ৰধানমন্ত্ৰী মোদীক আনুষ্ঠানিক গার্ড অফ অনাৰ সন্মান আগবঢ়োৱা হয় আৰু বিশেষ সাংস্কৃতিক অনুষ্ঠানৰ জৰিয়তে আদৰণি জনোৱা হয়।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Auckland's Sky Tower lights up in India's tricolour as PM Modi begins historic New Zealand visit

Media Coverage

Auckland's Sky Tower lights up in India's tricolour as PM Modi begins historic New Zealand visit
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 11 জুলাই 2026
July 11, 2026

Record Exports, Record Investments, Record Pride: India’s Rise Under PM Modi is Multi-Dimensional