প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰপ্ৰদেশৰ এটোৱাত স্বনিধি মহোৎসৱৰ প্ৰশংসা কৰে, য’ত প্ৰধানমন্ত্ৰীৰ স্বনিধি আঁচনিৰ হিতাধিকাৰীসকলক সৰ্বাধিক ঋণ প্ৰদান আৰু ডিজিটেল লেনদেনৰ প্ৰেৰণা যোগোৱাৰ ক্ষেত্ৰত আগবঢ়োৱা ব্যাপক অৱদানৰ বাবে কাৰ্যসূচীৰ সময়ত সন্মানিত কৰা হয়।

এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়;

“এতোৱাৰ এই প্ৰচেষ্টা প্ৰশংসনীয়৷ এইধৰণৰ কাৰ্যসূচীয়ে ডিজিটেল লেনদেনৰ উদ্গনি যোগোৱা উপৰি প্ৰধানমন্ত্ৰী স্বনিধি যোজনাত ব্যাপক অৱদান আগবঢ়োৱাসকলক সম্বৰ্ধনা জনোৱাৰ মাধ্যমো হৈ পৰিছে।”

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Switch Mobility completes delivery of 100 electric buses to Mauritius in India’s largest e-bus export

Media Coverage

Switch Mobility completes delivery of 100 electric buses to Mauritius in India’s largest e-bus export
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister extends greetings on Maha Bishuba Pana Sankranti
April 14, 2026

The Prime Minister, Narendra Modi has extended greetings on the occasion of Maha Bishuba Pana Sankranti.

In a post on X, he said,

“Happy Maha Bishuba Pana Sankranti!”