প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কাৰৱাৰত নৱনিৰ্মিত এয়াৰক্ৰাফ্ট কেৰিয়াৰ ঘাটত প্ৰথমবাৰৰ বাবে আইএনএছ বিক্ৰান্তক সফলতাৰে বাৰ্থিং কৰাৰ প্ৰশংসা কৰে।
ভাৰতীয় নৌসেনাৰ এটা টুইটৰ উত্তৰত প্ৰধানমন্ত্ৰীয়ে টুইট কৰে: "এয়া এক উল্লেখনীয় ঘটনা!"
Remarkable! https://t.co/bUIGM4zOC2
— Narendra Modi (@narendramodi) May 21, 2023


