২০২২-২৩ বিত্তীয় বৰ্ষত বছৰি ১০.৪ শতাংশ বৃদ্ধিৰ সৈতে বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয়ৰ অধীনৰ মুখ্য বন্দৰসমূহে কাৰ্গো পৰিচালনাৰ লক্ষ্য অতিক্ৰম কৰি নতুন অভিলেখ স্থাপন কৰাক লৈ আনন্দ প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।

দেশৰ মুখ্য বন্দৰসমূহে ৭৯৫ মিলিয়ন মেট্ৰিক টন কাৰ্গো পৰিচালনা কৰাটো এক ঐতিহাসিক সাফল্য বুলিও তেওঁ উল্লেখ কৰে।

উক্ত সাফল্য সন্দৰ্ভত মন্ত্ৰালয়ৰ টুইটৰ উত্তৰ দি প্ৰধানমন্ত্ৰীয়ে টুইট কৰে;

"আশ্চৰ্যজনক।"

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India’s Budget Driving AI, Semiconductors and IT Growth

Media Coverage

India’s Budget Driving AI, Semiconductors and IT Growth
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 2 মাৰ্চ 2026
March 02, 2026

Gratitude Unites Bharat: Thank You Modiji for Global Handshakes, Green Legacy & Digital Dominance