প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মধ্যপ্ৰদেশত চলি থকা ‘তানসেন মহোৎসৱত বিশ্ব অভিলেখ স্থাপনেৰে গিনিজ বুকত নাম অন্তুৰ্ভূক্ত ১,২৮২গৰাকী তবলা বাদকক তেওঁলোকৰ প্ৰদৰ্শনৰ বাবে প্ৰশংসা কৰিছে।
টুইটাৰৰ এক পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়ঃ
“বহুত বহুত অভিনন্দন। ভাৰতীয় সংগীতক নতুন শিখৰত উপনীত কৰাৰ প্ৰচেষ্টা অতি প্ৰশংসনীয়।”
बहुत-बहुत बधाई! भारतीय संगीत को नई ऊंचाई पर ले जाने का ये प्रयास अत्यंत सराहनीय है। https://t.co/VnTq7gMLku
— Narendra Modi (@narendramodi) December 26, 2023


