টকিঅ’ অলিম্পিক, ২০২০ উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে জাপানৰ প্ৰধানমন্ত্ৰী ইয়োশিহিদে সুগাক শুভকামনা জনাইছে।

এটা টুইটত, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, "#Tokyo2020 @Olympics আৰু @Paralympics উপলক্ষে প্ৰধানমন্ত্ৰী @sugawitter আৰু জাপানক শুভকামনা জনালো। আমি বিশ্বখনৰ শ্ৰেষ্ঠ ক্ৰীড়াবিদসকলৰদ্বাৰা আশ্চৰ্য্যজনক প্ৰদৰ্শনৰ সময়লৈ বাট চাই আছো! @Tokyo2020"

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Budget 2026-27 lays blueprint for a future-ready digital ecosystem

Media Coverage

Budget 2026-27 lays blueprint for a future-ready digital ecosystem
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 2 ফেব্ৰুৱাৰী 2026
February 02, 2026

Citizens Celebrate PM Modi's Roadmap to Prosperity: Budget 2026 Drives Investment, Jobs, and Sustainable Growth for Every Indian