প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বাঃ সুব্ৰমণিয়মক তেওঁৰ ভৱিষ্যতৰ প্ৰয়াসৰ বাবে শুভকামনা জনাইছে। সুব্ৰমণিয়মে ঘোষণা কৰিছে যে তেওঁ নিজৰ তিনি বছৰৰ কাৰ্যকাল সম্পূৰ্ণ কৰাৰ পিছত মুখ্য অৰ্থনৈতিক পৰামৰ্শদাতা পদৰ পৰা আঁতৰিব।
এটা টুইটত প্ৰধানমন্ত্ৰীয়ে কয়ঃ
"কে ভি সুব্ৰমণিয়মৰ সৈতে কাম কৰাটো প্ৰসন্নতাৰ বিষয়। তেওঁৰ শৈক্ষিক প্ৰতিভা, প্ৰমুখ অৰ্থনৈতিক আৰু নীতিগত বিষয়সমূহৰ ওপৰত অদ্বিতীয় দৃষ্টিভংগী আৰু সংস্কাৰবাদী উৎসাহপূৰ্ণ ভাবনা উল্লেখনীয়। তেওঁৰ ভৱিষ্যতৰ প্ৰয়াসসমূহৰ বাবে তেওঁক শুভকামনা।"
Its been a delight to work with @SubramanianKri. His academic brilliance, unique perspectives on key economic as well as policy matters and reformist zeal are noteworthy. Wishing him the very best for his coming endeavours. https://t.co/jZjrqWaJU7
— Narendra Modi (@narendramodi) October 8, 2021


