প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ মুখ্য ন্যায়াধীশ, ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ৰ বাসগৃহত আয়োজন কৰা গণেশ পূজাত অংশগ্ৰহণ কৰে৷

প্ৰধানমন্ত্ৰীয়ে আমাৰ সকলোৰে সুখ, সমৃদ্ধি আৰু উন্নত স্বাস্থ্যৰ বাবে ভগৱান গণেশৰ ওচৰত প্ৰাৰ্থনা কৰে৷

এক্সৰ পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়;

“ভাৰতৰ মুখ্য ন্যায়াধীশ, ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ৰ বাসগৃহত আয়োজন কৰা গণেশ পূজাত অংশগ্ৰহণ কৰিলোঁ৷

ভগৱান শ্ৰী গণেশে আমাৰ সকলোকে সুখ, সমৃদ্ধি আৰু উন্নত স্বাস্থ্য প্ৰদান কৰক৷”

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
A Milestone in Financial Inclusion: The Success Story of PMSBY

Media Coverage

A Milestone in Financial Inclusion: The Success Story of PMSBY
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 9 মে’ 2026
May 09, 2026

Citizens Celebrate India’s Civilisational & Economic Awakening Under PM Narendra Modi