প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গণতন্ত্ৰ দিৱস উপলক্ষে সকলো দেশবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰে।
প্ৰধানমন্ত্ৰীগৰাকীয়ে টুইটাৰযোগে প্ৰকাশ কৰেঃ “সকলো দেশবাসীলৈ গণতন্ত্ৰ দিৱসৰ বহুত বহুত শুভেচ্ছা। গ্ৰীটিংছ অন # ৰিপাব্লিক ডে’ । জয় হিন্দ!”
सभी देशवासियों को गणतंत्र दिवस की बहुत-बहुत शुभकामनाएं। Greetings on #RepublicDay. Jai Hind!
— Narendra Modi (@narendramodi) January 26, 2018


