ভাৰত আৰু পেলেষ্টাইনৰ সম্পৰ্ক সুদৃঢ় কৰাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰাৰ স্বীকৃতিস্বৰূপে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ৰাষ্ট্ৰপতি মাহমুদ আব্বাছে পেলেষ্টাইনৰ গ্ৰেণ্ড কলাৰ সন্মানেৰে বিভূষিত কৰে৷ পেলেষ্টাইনৰ ৰামাল্লাত দ্বিপাক্ষিক বৈঠক সমাপ্ত হোৱাৰ পাছতে প্ৰধানমন্ত্ৰীক এই সন্মান প্ৰদান কৰা হয়৷ 

গ্ৰেণ্ড ক’লাৰ হ’ল ৰজা, ৰাজ্য অথবা চৰকাৰৰ মূৰব্বী আৰু ইয়াৰ সমপৰ্যায়ৰ বিদেশী অতিথিক আগবঢ়োৱা সৰ্বোচ্চ সন্মান৷

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
The Middle Class Story: How governance reforms are powering India’s next growth engine

Media Coverage

The Middle Class Story: How governance reforms are powering India’s next growth engine
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 6 জুন 2026
June 06, 2026

Viksit Bharat Rising: PM Modi's Vision Powers Energy, Defense & Digital Dominance