প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৭৯সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত আজি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আবঢ়োৱা চিন্তাকৰ্ষক ভাষণ শ্বেয়াৰ কৰে। তেওঁ কয় যে এই ভাষণত আমাৰ দেশৰ সামগ্ৰিক অগ্ৰগতি আৰু আগন্তুক সুযোগসমূহৰ ওপৰত আলোকপাত কৰা হৈছে আৰু প্ৰতিজন নাগৰিকক ৰাষ্ট্ৰ নিৰ্মাণৰ দিশত অৰিহণা যোগাবলৈ আহ্বান জনোৱা হৈছে।

এক্সৰ এলানি পৃথক পোষ্টত তেওঁ কয়ঃ

‘আমাৰ স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত ৰাষ্ট্ৰপতি জীয়ে এক চিন্তাকৰ্ষক ভাষণ দি আমাৰ দেশৰ সামগ্ৰিক অগ্ৰগতি আৰু আগন্তুক সুযোগসমূহৰ ওপৰত আলোকপাত কৰি ভাৰতৰ স্বাধীনতাৰ পথ প্ৰশস্ত কৰা ত্যাগৰ কথা সোঁৱৰাই দিয়ে আৰু প্ৰতিজন নাগৰিকক ৰাষ্ট্ৰ নিৰ্মাণৰ দিশত অৰিহণা যোগাবলৈ আহ্বান জনায়।

@rashtrapatibhvn

 

 

“स्वतंत्रता दिवस की पूर्व संध्या पर माननीय राष्ट्रपति जी ने अपने संबोधन में बहुत ही महत्वपूर्ण बातें कही हैं। इसमें उन्होंने सामूहिक प्रयासों से भारत की प्रगति और भविष्य के अवसरों पर विशेष रूप से प्रकाश डाला है। राष्ट्रपति जी ने हमें उन बलिदानों की याद दिलाई, जिनसे देश की आजादी का सपना साकार हुआ। इसके साथ ही उन्होंने देशवासियों से राष्ट्र-निर्माण में बढ़-चढ़कर भागीदारी का आग्रह भी किया है।

@rashtrapatibhvn 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India’s pharmaceutical sector records transformative growth over 12 years, strengthening affordable healthcare and self-reliance

Media Coverage

India’s pharmaceutical sector records transformative growth over 12 years, strengthening affordable healthcare and self-reliance
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 19 জুন 2026
June 19, 2026

Appreciation for India’s Domestic Growth and Rising Global Influence under PM Modi’s Leadership