বিশ্ব যক্ষ্মা দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে টুইটাৰত উল্লেখ কৰা বাৰ্তাৰ লিখিত ৰূপ তলত আগবঢ়োৱা হ’ল—

‘এই বছৰৰ বিশ্ব যক্ষ্মা দিৱসৰ থীম হ’ল—‘ৱাণ্টেডঃটিবি-মুক্ত এখন বিশ্বৰ বাবে নেতা’৷ এই থীমৰ আধাৰত মই টি.বি-মুক্ত এখন বিশ্ব গঢ়াৰ আন্দোলনত আগভাগ ল’বলৈ সকলো নাগৰিক আৰু সংগঠনক আহ্বান জনাইছো৷ টিবি মুক্ত এখন বিশ্ব গঢ়াৰ প্ৰচেষ্টা মানৱতাৰ বাবে এক উৎকৃষ্ট সেৱা৷

ভাৰতক টিবি-মুক্ত কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে নিৰ্ধাৰিত লক্ষ্যৰে কাম কৰি আছে৷ বিশ্বই ২০৩০ৰ ভিতৰত টিবি-মুক্ত হোৱাৰ লক্ষ্য লৈছে আৰু আমি ২০২৫ৰ ভিতৰত ভাৰতবৰ্ষক টিবি-মুক্ত কৰিব বিচাৰো৷”

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Beyond Make in India: Building a globally competitive manufacturing ecosystem

Media Coverage

Beyond Make in India: Building a globally competitive manufacturing ecosystem
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 6 জুন 2026
June 06, 2026

Viksit Bharat Rising: PM Modi's Vision Powers Energy, Defense & Digital Dominance