PM urges all eligible voters on the occasion of National Voters’ Day to register themselves and use their right to vote 

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰীয় ভোটাৰ দিৱসত সকলো যোগ্য ভোটাৰক নিজৰ নাম পঞ্জীয়ন কৰি ভোটাধিকাৰ সাব্যস্ত কৰি গণতন্ত্ৰক অধিক শক্তিশালী কৰি তুলিবলৈ আহ্বান জনাইছে।

“ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উপলক্ষে সকলোলৈকে শুভেচ্ছা জ্ঞাপন কৰিছো!আজিৰ দিনটোতে প্ৰতিষ্ঠা হোৱা ভাৰতীয় নিৰ্বাচনী আয়োগক অভিনন্দন জ্ঞাপন কৰিছো।

মই প্ৰতিগৰাকী যোগ্য ভোটাৰক নিজৰ নাম পঞ্জীয়ন কৰি ভোটাধিকাৰ সাব্যস্ত কৰি তেওঁলোকৰ অংশগ্ৰহণেৰে গণতন্ত্ৰক অধিক শক্তিশালী কৰি তুলিবলৈ আহ্বান জনাইছো”, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়।

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Why Amazon, Microsoft, Google are pouring $57 billion to build AI infrastructure in India

Media Coverage

Why Amazon, Microsoft, Google are pouring $57 billion to build AI infrastructure in India
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Governor of Gujarat meets the Prime Minister
June 25, 2026

Governor of Gujarat, Shri Acharya Devvrat met with the Prime Minister Shri Narendra Modi, today.

The Prime Minister posted on X;

Governor of Gujarat, Shri @ADevvrat met Prime Minister @narendramodi today.