ভাৰতীয় বিজ্ঞান কংগ্ৰেছৰ ১০৬তম অধিৱেশনত প্ৰধানমন্ত্ৰীৰ মুকলি ভাষণ
পাঞ্জাৱৰ গুৰদাসপুৰত এখন জনসভাত প্ৰধানমন্ত্ৰীৰ ভাষণ

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৩ জানুৱাৰী, ২০১৯ত পাঞ্জাৱ ভ্ৰমণ কৰিব৷

৩ জানুৱাৰীত তেওঁ পাঞ্জাৱৰ জলন্ধৰত ১০৬সংখ্যক ভাৰতীয় বিজ্ঞান সমাৰোহ২০১৯ উদ্বোধন কৰিব৷ এইউপলক্ষে প্ৰধানমন্ত্ৰীয়ে উদ্বোধনী ভাষণ আগবঢ়াব৷ ইয়াৰ পাছতে প্ৰধানমন্ত্ৰীয়ে গুৰদাসপুৰলৈ ৰাওনা হ’ব, য’ততেওঁ এখন ৰাজহুৱা সভাত ভাষণ আগবঢ়াব৷

প্ৰধানমন্ত্ৰী হিচাপে দায়িত্বভাৰ লোৱাৰ পাছতে সমগ্ৰ দেশত বিজ্ঞান, প্ৰযুক্তিবিদ্যা আৰু নতুনত্ব উদ্ভাৱন ইত্যাদিৰপ্ৰতি উৎসাহ যোগোৱাৰ প্ৰতি তেওঁ ভিজনৰ প্ৰতি লক্ষ্য ৰাখি পঞ্চমবাৰলৈ ভাৰতীয় বিজ্ঞান সমাৰোহত ভাষণআগবঢ়াব৷ ইয়াৰ পূৰ্বে ২০১৮ত ১০৫সংখ্যক আইএছচি সংস্কৰণ, ২০১৭ত ১০৪সংখ্যক সংস্কৰণ, ২০১৬ত১০৩সংখ্যক সংস্কৰণ আৰু ২০১৫ত ১০২সংখ্যক সংস্কৰণত ভাষণ আগবঢ়াব৷

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India’s economy resilient despite West Asia headwinds

Media Coverage

India’s economy resilient despite West Asia headwinds
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 24 মাৰ্চ 2026
March 24, 2026

Pradhan Sevak Modi: Diplomacy, Determination, and the Making of a Self-Reliant Superpower