প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২ আৰু ৩ জানুৱাৰী,২০২০ত কৰ্ণাটক ভ্ৰমণ কৰিব৷

তামকুৰত তেওঁ শ্ৰী ছিদ্দাগংগা মথ পৰিদৰ্শন কৰিব, য’ত তেওঁ শ্ৰী শ্ৰী শিৱকুমাৰ স্বামীজী সোঁৱৰণী সংগ্ৰাহলয়ৰ আধাৰশিলা স্থাপন কৰিব৷

প্ৰধানমন্ত্ৰীয়ে মঠত প্ৰাৰ্থনা আগবঢ়োৱাৰ লগতে গছপুলিও ৰোপন কৰিব৷ কৰ্ণাটকৰ মুখ্যমন্ত্ৰী শ্ৰী বি.এছ য়েডুৰাপ্পা আৰু আন কেইবাগৰাকীও বিশিষ্ট ব্যক্তি অনুষ্ঠানত উপস্থিত থাকিব৷

প্ৰধানমন্ত্ৰীয়ে জনসাধাৰণক সম্বোধন কৰি ভাষণো আগবঢ়াব৷

 

Explore More
প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

Popular Speeches

প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
Regional rural banks are helping Indias growth story

Media Coverage

Regional rural banks are helping Indias growth story
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 16 জুন 2025
June 16, 2025

Citizens Appreciate India's Unstoppable Rise: PM Modi’s Leadership Redefines Global Ties