প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীৰ দ্বাৰকাত ২০ ছেপ্টেম্বৰ, ২০১৮ত ভাৰত আন্তঃৰাষ্ট্ৰীয় সন্মিলন আৰু প্ৰদৰ্শনী কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰিব। এই উপলক্ষে আয়োজিত সভাত ভাষণো আগবঢ়াব প্ৰধানমন্ত্ৰীয়ে।

২৫, দ্বাৰকাত স্থাপন হ’বলগীয়া বিশ্বমানৰ অত্যাধূনিক প্ৰদৰ্শনী তথা সন্মিলন কেন্দ্ৰটোত বিত্তীয়, আতিথ্য আৰু খুচুৰা সেৱাৰ দৰে সুবিধা উপলব্ধ হ’ব। এই প্ৰকল্পটোৰ আনুমানিক ব্যয় ২৫,৭০০ কোটি টকা।

ভাৰত চৰকাৰৰ বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ৰ ঔদ্যোগিক নীতি আৰু প্ৰচাৰ বিভাগৰ অধীনস্থ ভাৰত আন্তঃৰাষ্ট্ৰীয় সন্মিলন আৰু প্ৰদৰ্শনী কেন্দ্ৰ সীমিতৰ দ্বাৰা এই প্ৰকল্পটোৰ কাম-কাজ ৰূপায়ণ কৰা হ’ব।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India's $13 billion semiconductor mission: Boosting domestic chip manufacturing and design

Media Coverage

India's $13 billion semiconductor mission: Boosting domestic chip manufacturing and design
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 8 ছেপ্টেম্বৰ 2026
September 08, 2026

Viksit Bharat, Many Engines: Defence, Diplomacy, Growth & Green Power Under PM Modi