কাৰ্যসূচীত সমগ্ৰ দেশৰ হাজাৰ হাজাৰ বিকশিত ভাৰত সংকল্প যাত্ৰাৰ হিতাধিকাৰীয়ে ভাৰ্চুৱেলী যোগদান কৰিব

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৯ ডিচেম্বৰ, ২০২৩ৰ দুপৰীয়া ১২.৩০ত বিকশিত ভাৰত সংকল্প যাত্ৰা(ভিবিএছৱাই)ৰ হিতাধিকাৰীৰ সৈতে মত বিনিময় কৰিব। এই উপলক্ষে সমবেত লোকসকলক উদ্দেশ্যি ভাষণ আগবঢ়াব প্ৰধানমন্ত্ৰীয়ে।

কাৰ্যসূচীত সমগ্ৰ দেশৰ হাজাৰ হাজাৰ বিকশিত ভাৰত সংকল্প যাত্ৰাৰ হিতাধিকাৰীয়ে ভাৰ্চুৱেলী যোগদান কৰিব। সমগ্ৰ দেশজুৰি দুই হাজাৰৰো অধিক ভিবিএছৱাই বাহন, সহস্ৰাধিক কৃষি বিজ্ঞান কেন্দ্ৰ আৰু কমন ছাৰ্ভিছ চেণ্টাৰে অনুষ্ঠানত সংযোগ স্থাপন কৰিব।অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী, সাংসদ, বিধায়ক আৰু স্থানীয় জনপ্ৰতিনিধিয়ে যোগদান কৰিব।

সমগ্ৰ দেশত বিভিন্ন আঁচনিৰ সুবিধা যাতে যোগ্য হিতাধিকাৰীসকলে লাভ কৰে সেয়া সুনিশ্চিত কৰিবলৈ সমগ্ৰ দেশত বিকশিত ভাৰত সংকল্প যাত্ৰা কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Vikas Bhi, Virasat Bhi: How JATAN, AI and Digital Archives are revolutionising India’s cultural heritage preservation

Media Coverage

Vikas Bhi, Virasat Bhi: How JATAN, AI and Digital Archives are revolutionising India’s cultural heritage preservation
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 09 আগষ্ট 2026
August 09, 2026

Vikas Bhi, Virasat Bhi: PM Modi’s Blueprint for a Rooted Yet Future-Ready Bharat