প্ৰধানমন্ত্ৰীয়ে জন সহায়ক ন্যাসৰ হিৰমণি আৰোগ্যধামৰ আধাৰশিলাও স্থাপন কৰিব

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১২ এপ্ৰিলৰ পুৱা ১১ বজাত ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে গুজৰাটৰ আদালাজত শ্ৰী অন্নপূৰ্ণাধাম ট্ৰাষ্টৰ হোষ্টেল আৰু শিক্ষা কমপ্লেক্স উদ্বোধন কৰিব। এই কাৰ্যসূচীৰ সময়ত প্ৰধানমন্ত্ৰীয়ে জন সহায়ক ন্যাসৰ হীৰামণি আৰোগ্যধামৰ আধাৰশিলাও স্থাপন কৰিব।

হোষ্টেল আৰু শিক্ষা কমপ্লেক্সত ৬০০ জন শিক্ষাৰ্থী আৰু খাদ্য আদিৰ বাবে ১৫০ টা কোঠা আছে। অন্যান্য সুবিধাবোৰৰ ভিতৰত আছে জিপিএছচি, ইউপিএছচি পৰীক্ষাৰ বাবে প্ৰশিক্ষণ কেন্দ্ৰ, ই-লাইব্ৰেৰী, কনফাৰেন্স ৰুম, ক্ৰীড়া কোঠা, টিভি কোঠা, শিক্ষাৰ্থীসকলৰ বাবে প্ৰাথমিক স্বাস্থ্য সুবিধা ইত্যাদি।

জন সহায়ক ন্যাসে হিৰমণি আৰোগ্য ধামৰ বিকাশ কৰিব। ইয়াত শেহতীয়া চিকিৎসা সুবিধা থাকিব যাৰ ভিতৰত আছে এসময়ত 14 জন ব্যক্তিৰ ডায়েলাইচিছ সুবিধা, 24 ঘণ্টা ৰক্ত যোগান সুবিধা থকা ৰক্ত বেঙ্ক, চৌব্বিশ ঘণ্টা চিকিৎসা দোকান, আধুনিক পৰীক্ষাগাৰ আৰু স্বাস্থ্য পৰীক্ষাৰ বাবে শীৰ্ষ শ্ৰেণীৰ সঁজুলি।  ই আয়ুৰ্বেদ, হোমিঅ'পেথি, আকুপাংচাৰ, যোগ ঔষধ আদিৰ বাবে আধুনিক সুবিধাৰ সৈতে এক ডে-কেয়াৰ কেন্দ্ৰও হ'ব। প্ৰাথমিক চিকিৎসা প্ৰশিক্ষণ, টেকনিচিয়ান প্ৰশিক্ষণ আৰু চিকিৎসকৰ প্ৰশিক্ষণসুবিধাও উপলব্ধ হ'ব।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Housing sales rises 19% to 1.12L units in Q2, Southern cities lead momentum: PropEquity

Media Coverage

Housing sales rises 19% to 1.12L units in Q2, Southern cities lead momentum: PropEquity
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister pays homage to Bankim Chandra Chattopadhyay on His Jayanti
June 26, 2026

The Prime Minister, Shri Narendra Modi, today, paid tributes to the great Bankim Chandra Chattopadhyay on his Jayanti, remembering him as a towering literary luminary whose writings ignited the spirit of patriotism and cultural pride among generations of Indians.

Highlighting the significance of the year, Shri Modi noted that India is commemorating the 150th anniversary of Vande Mataram. He remarked that through Vande Mataram, Bankim Chandra Chattopadhyay gifted the Indian freedom movement and the nation one of its most enduring sources of inspiration.

The Prime Minister posted on X:

Tributes to the great Bankim Chandra Chattopadhyay on his Jayanti.

A towering literary luminary, his writings awakened a spirit of patriotism and cultural pride among generations of Indians. His rich literary work continues to illuminate minds and strengthen our collective resolve towards nation-building.

This is a time when we are marking the 150th anniversary of Vande Mataram. Through Vande Mataram, he gifted the freedom movement and our nation one of its most enduring inspirations.

মহান বঙ্কিম চন্দ্র চট্টোপাধ্যায়ের জয়ন্তীতে তাঁর প্রতি শ্রদ্ধাঞ্জলি।

এক সুবিশাল সাহিত্যিক আলোকবর্তিকা হিসেবে, তাঁর লেখা প্রজন্মান্তরের ভারতীয়দের মধ্যে দেশপ্রেম এবং সাংস্কৃতিক গৌরবের চেতনা জাগ্রত করেছিল। তাঁর সমৃদ্ধ সাহিত্যকর্ম মনকে উদ্ভাসিত করে চলেছে এবং জাতি গঠনের প্রতি আমাদের সম্মিলিত সংকল্পকে শক্তিশালী করছে।

এখন আমরা বন্দে মাতরমের ১৫০তম বার্ষিকী উদযাপন করছি। বন্দে মাতরমের মাধ্যমে, তিনি স্বাধীনতা আন্দোলন এবং আমাদের জাতিকে অন্যতম দীর্ঘস্থায়ী অনুপ্রেরণা উপহার দিয়েছিলেন।