Share
 
Comments

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিয়লি ৪ বজাত পঞ্চম ভাৰত আন্তঃৰাষ্ট্ৰীয় বিজ্ঞান মহোৎসৱ উদ্বোধন কৰিব৷ কলকাতাত অনুষ্ঠিত মহোৎসৱৰ উদ্বোধনী অনুষ্ঠানত তেওঁ ভিডিঅ’ কনফাৰেন্সৰ মাধ্যমেৰে ভাষণ আগবঢ়াব৷

এই মহোৎসৱ আয়োজনৰ মুখ্য উদ্দেশ্য হ’ল জনসাধাৰণৰ মাজত বৈজ্ঞানিক চিন্তা-চৰ্চাৰ বীজ ৰোপন কৰা, বিজ্ঞান আৰু প্ৰযুক্তি ক্ষেত্ৰত ভাৰতৰ অৱদানৰ প্ৰদৰ্শন আৰু সমাজ-জীৱনত বিজ্ঞানৰ উপযোগিতা প্ৰসাৰ কৰা৷

মহোৎসৱৰ মূল বিষয়বস্তু হ’ল—ৰাইজেন ইণ্ডিয়া অৰ্থাৎ উদিত ভাৰত৷ এই ৰাইজেন শব্দৰ অৰ্থ হ’ল—ৰিচাৰ্জ(গৱেষণা), ইন’ভেচন(নতুন উদ্ভাৱন) আৰু ছাইন্স এমপাৱাৰিং দ্য নেচন(বিজ্ঞানে দেশখন সৱল কৰিছে)৷

Explore More
৭৬ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে লালকিল্লাৰ দূৰ্গৰ পৰা ৰাষ্ট্ৰবাসীক উদ্দেশ্যি প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

Popular Speeches

৭৬ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে লালকিল্লাৰ দূৰ্গৰ পৰা ৰাষ্ট্ৰবাসীক উদ্দেশ্যি প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
What is the ‘Call Before u Dig’ application launched by PM Modi?

Media Coverage

What is the ‘Call Before u Dig’ application launched by PM Modi?
...

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 23 মাৰ্চ 2023
March 23, 2023
Share
 
Comments

People's Padma: A Testament to PM Modi's Commitment to Recognizing Indians and Their Efforts