বিশ্ব পৰিৱেশ দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৫ জুনত দিনৰ ১১ বজাত বিজ্ঞান ভৱনত 'ভূমি বচাওক আন্দোলন' উপলক্ষে আয়োজিত কাৰ্যক্ৰমত ভাগ ল'ব। কাৰ্যক্ৰমৰ সময়ত প্ৰধানমন্ত্ৰীয়ে উপস্থিত লোকসকলকো সম্বোধন কৰিব।

'ভূমি বচাওক আন্দোলন' ভূমিৰ অৱনতি হোৱা স্বাস্থ্য সন্দৰ্ভত সজাগতা বৃদ্ধি আৰু ইয়াক সংশোধন কৰিবলৈ সতৰ্ক দায়িত্ব কাৰ্যকৰী কৰিবৰ বাবে এটা বিশ্বজোৰা আন্দোলন। সদ্গুৰুৱে মাৰ্চ ২০২২ত এই আন্দোলনৰ আৰম্ভ কৰিছিল, তেওঁ ২৭খন দেশ হৈ ১০০ দিনৰ মটৰচাইকেল যাত্ৰা আৰম্ভ কৰিছিল। ৫ জুন হৈছে ১০০ দিনীয়া যাত্ৰাৰ ৭৫তম দিন। কাৰ্যক্ৰমত প্ৰধানমন্ত্ৰীৰ অংশগ্ৰহণে ভাৰতত মাটিৰ স্বাস্থ্যৰ ক্ষেত্ৰত সংশোধনৰ প্ৰতি উমৈহতীয়া চিন্তা আৰু সংকল্পবদ্ধতাক প্ৰতিফলিত কৰিব।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Jan Dhan deposits cross Rs 3.09 lakh crore

Media Coverage

Jan Dhan deposits cross Rs 3.09 lakh crore
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 24 এপ্ৰিল 2026
April 24, 2026

Made in India, Built for 2047: PM Modi’s Reforms Turning Rural Hope into National Strength