প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৬ মে, ২০২২ তাৰিখে পুৱা ১০:৩০ বজাত ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে জৈন আন্তঃৰাষ্ট্ৰীয় বাণিজ্য সংস্থাৰ 'জীটো কানেক্ট ২০২২'ৰ উদ্বোধনী অধিৱেশনত ভাষণ প্ৰদান কৰিব।

জৈন আন্তঃৰাষ্ট্ৰীয় বাণিজ্য সংস্থা (জেইইটিঅ') হৈছে বিশ্বজুৰি জৈনসকলক সংযোগ কৰা এক বিশ্বব্যাপী সংগঠন। জীটো কানেক্ট হৈছে পাৰস্পৰিক নেটৱৰ্কিং আৰু ব্যক্তিগত বাৰ্তালাপৰ সুযোগ প্ৰদান কৰি ব্যৱসায় আৰু উদ্যোগক সহায় কৰাৰ এক প্ৰয়াস। 'জীটো কানেক্ট ২০২২' হৈছে পুনেৰ গংগাধাম পৰিশিষ্টত ৬ ৰ পৰা ৮ মে'লৈ অনুষ্ঠিত হ'বলগীয়া তিনিদিনীয়া অনুষ্ঠান আৰু ইয়াত বাণিজ্য আৰু অৰ্থনীতি সম্পৰ্কীয় বিভিন্ন বিষয়ত কেইবাটাও অধিৱেশন অন্তৰ্ভুক্ত থাকিব। 

 

  • Jitendra Kumar May 22, 2025

    🙏🙏🙏🙏🙏
  • amit sharma July 29, 2022

    नमो
  • amit sharma July 29, 2022

    णमो
  • amit sharma July 29, 2022

    नमः
  • amit sharma July 29, 2022

    नमों
  • amit sharma July 29, 2022

    नमोनमो
  • amit sharma July 29, 2022

    नमोंमो
  • Kaushal Patel July 18, 2022

    જય હો
  • Vivek Kumar Gupta July 15, 2022

    जय जयश्रीराम
  • Vivek Kumar Gupta July 15, 2022

    नमो नमो.
Explore More
প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

Popular Speeches

প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
India's services sector 'epochal opportunity' for investors: Report

Media Coverage

India's services sector 'epochal opportunity' for investors: Report
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
List of Outcomes : Prime Minister’s visit to Namibia
July 09, 2025

MOUs / Agreements :

MoU on setting up of Entrepreneurship Development Center in Namibia

MoU on Cooperation in the field of Health and Medicine

Announcements :

Namibia submitted letter of acceptance for joining CDRI (Coalition for Disaster Resilient Infrastructure)

Namibia submitted letter of acceptance for joining of Global Biofuels Alliance

Namibia becomes the first country globally to sign licensing agreement to adopt UPI technology