প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে, ১৭ ফেব্রুৱাৰী ২০২১ত ১২:৩০ বজাত ভিডিঅ' কনফাৰেঞ্চিঙৰ জৰিয়তে নেছকম টেকনলজী এণ্ড লীডাৰশ্বিপ ফ'ৰাম (এনটিএলএফ)ক সম্বোধন কৰিব।

এনটিএলএফৰ বিষয়ে

এনটিএলএফৰ ২৯তম সংস্কৰণ ১৭ৰ পৰা ১৯ ফেব্ৰুৱাৰী ২০২১লৈ আয়োজন কৰা হৈছে। ই হৈছে নেচনেল এছ'চিয়েচন অফ ছফ্টৱেৰ এণ্ড ছাৰ্ভিচ কম্পেনী (নেছকম)ৰ প্ৰধান অনুষ্ঠান। এই বছৰৰ অনুষ্ঠানৰ মূল মন্ত্ৰ হৈছে 'শ্বেপিং দ্য ফিউচাৰ টুৱাৰ্ডছ এ বেটাৰ নৰমেল'। এই অনুষ্ঠানত ৩০খনৰো অধিক দেশৰ পৰা অহা ১৬০০ অংশগ্ৰহণকাৰীক আতিথ্য কৰা হ'ব আৰু তিনি-দিনীয়া আলোচনাৰ সময়ছোৱাত ৩০বিধতকৈও অধিক সামগ্ৰী প্ৰদৰ্শন কৰা হ'ব।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Technical textiles critical to footwear sector

Media Coverage

Technical textiles critical to footwear sector
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 29 এপ্ৰিল 2026
April 29, 2026

Leadership That Plays, Builds & Delivers: PM Modi’s Vision Igniting Youth, Women & Northeast India