নতুন দিল্লীৰ বিজ্ঞান ভৱনত ৯ এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া চিপিএছই আলোচনাচক্ৰত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী৷

কেন্দ্ৰীয় ৰাজহুৱা খণ্ড উদ্যোগৰ জেষ্ঠ বিষয়া আৰু মন্ত্ৰালয়ৰ শীৰ্ষ বিষয়াসকল আলোচনাচক্ৰত উপস্থিত থাকিব৷ চিপিএছইৰ শ্ৰেষ্ঠ পদ্ধতিসমূহ আলোচনাচক্ৰত প্ৰদৰ্শন কৰা হ’ব৷

কৰ্প’ৰেট প্ৰশাসন, মানৱ সম্পদ ব্যৱস্থাপনা, বিত্তীয় ৰি-ইঞ্জিনিয়াৰিং আৰু নতুন উদ্ভাৱন আদিৰ দৰে বিষয়সমূহ সন্ধিয়া প্ৰধানমন্ত্ৰীৰ সন্মুখত উপস্থাপন কৰা হ’ব৷ ইয়াৰ পাছতে প্ৰধানমন্ত্ৰীয়ে আলোচনাচক্ৰখন সম্বোধন কৰিব৷

 

Explore More
প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

Popular Speeches

প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
Developing India’s semiconductor workforce: From chip design to manufacturing excellence

Media Coverage

Developing India’s semiconductor workforce: From chip design to manufacturing excellence
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 23 মে’ 2025
May 23, 2025

Citizens Appreciate India’s Economic Boom: PM Modi’s Leadership Fuels Exports, Jobs, and Regional Prosperity