উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰীৰ আলোচনা; উত্তৰাখণ্ডৰ দুৰ্ভাগ্যজনক পৰিস্থিতিক লৈ পৰ্যালোচনা

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰাখণ্ডৰ পৰিস্থিতিক লৈ ৰাজ্যখনৰ মুখ্যমন্ত্ৰী শ্ৰী ট্ৰীৱেন্দ্ৰ সিং ৰাৱাতৰ সৈতে আলোচনা কৰে। প্ৰধানমন্ত্ৰীয়ে টুইটযোগে জনায়, "অসম ভ্ৰমণকালতে উত্তৰাখণ্ডৰ পৰিস্থিতিক লৈ পৰ্যালোচনা কৰা হৈছে। উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী আৰু অন্যান্য উচ্চপদস্থ বিষয়াসকলৰ সৈতেও আলোচনা কৰা হৈছে। সাহায্য আৰু উদ্ধাৰৰ কাম ক্ষীপ্ৰতৰ কৰিবলৈ কোৱা হৈছে। চৰকাৰেও ক্ষতিগ্ৰস্তসকললৈ সাম্ভাৱ্য সকলোধৰণৰ সহায় আগবঢ়াইছে।"

ইয়াৰ পিছতে আন এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে জনায়, "এই ঘটনা খুবেই দুৰ্ভাগ্যজনক। সমগ্ৰ দেশ আজি উত্তৰাখণ্ডৰ কাষত থিয় হৈছে। সমগ্ৰ দেশৰে লোকে উত্তৰাখণ্ডৰ বিপদগ্ৰস্ত লোকসকলৰ সুৰক্ষাৰ বাবে প্ৰাৰ্থনা কৰিছে। প্ৰতিনিয়ত যোগাযোগ ৰখা হৈছে। দুৰ্যোগ ব্যৱস্থাপনা বাহিনীৰ পৰা উদ্ধাৰ কাৰ্যৰ বিষয়ে সবিশেষ তথ্য গ্ৰহণ কৰি থকা হৈছে।"

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Indian economy set for robust growth, stronger markets after May 1: WTC

Media Coverage

Indian economy set for robust growth, stronger markets after May 1: WTC
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 22 এপ্ৰিল 2026
April 22, 2026

One Nation, One Vision: PM Modi Delivers Healthcare Revolution, Security Revenge & Economic Self-Reliance