প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী, যি সদায় অন্যান্য ৰাজ্যৰ ভাষা শিকাৰ প্ৰতি ওকালতি কৰে আৰু মাজে মাজে তেওঁৰ ভাষণৰ আৰম্ভণিতে স্থানীয় ভাষণ শুভেচ্ছা জনায় আৰু এটা দুটা কথা কয়, তেওঁ আজি কান্নাড়া ভাষা শিকাৰ এক আকৰ্ষণীয় পদ্ধতি শ্বেয়াৰ কৰে৷

কিৰণ কুমাৰ এছৰ এক টুইটত কান্নাড়া বৰ্ণমালা শিকাৰ সচিত্ৰ পদ্ধতি শ্বেয়াৰ কৰি প্ৰধানমন্ত্ৰীয়ে কয়,

“আকর্ষণীয় পদ্ধতিতে এটা ভাষা শিকাৰ সৃজনীশীল এক উদ্যোগ, ইয়াত সুন্দৰকৈ কান্নাড়া ভাষা শিকোৱা হৈছে।”

Explore More
প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

Popular Speeches

প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
PM Modi's GST Diwali bonanza timely and strategic move, say experts

Media Coverage

PM Modi's GST Diwali bonanza timely and strategic move, say experts
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister pays tributes to Shri Atal Bihari Vajpayee on his punya tithi
August 16, 2025

The Prime Minister, Shri Narendra Modi has paid tributes to Former Prime Minister, Shri Atal Bihari Vajpayee on his punya tithi.

Shri Modi in a post on X wrote:

“सभी देशवासियों की ओर से पूर्व प्रधानमंत्री भारत रत्न अटल बिहारी वाजपेयी जी को उनकी पुण्यतिथि पर सादर नमन। राष्ट्र के चौतरफा विकास को लेकर उनका समर्पण और सेवा भाव विकसित और आत्मनिर्भर भारत के निर्माण में योगदान के लिए हर किसी को प्रेरित करने वाला है।”

“Remembering Atal Ji on his Punya Tithi. His dedication and spirit of service towards the all-round progress of India continue to inspire everyone in building a developed and self-reliant India.”