প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কাটাৰ গণৰাজ্যৰ আমিৰ তামিম বিন হামাড এল থানিৰ সৈতে  টেলিফোনিক বাৰ্তালাপত মিলিত হয়।

এক টুইটত শ্ৰী মোদীয়ে কয়,

“কাটাৰৰ আমিৰ শ্ৰীমান তামিম বিন হামাডৰ সৈতে আজি এক সুন্দৰ মতবিনিময়ত অংশ লও। ক’ভিড-১৯ৰ বিৰুদ্ধে ভাৰতৰ যুঁজলৈ সমৰ্থন আৰু সহযোগিতা আগঢ়োৱাৰ প্ৰস্তাব দিয়াৰ বাবে মই তেওঁক ধন্যবাদ জনাইছো। কাটাৰত থকা ভাৰতীয় সমূদায়ক পৰ্যাপ্ত যতন লোৱাৰ বাবেও মই তেওঁৰ ওচৰত কৃতজ্ঞতা প্ৰকাশ কৰিছো।”

Explore More
প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

Popular Speeches

প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
Retail inflation falls to 2.82% in May, lowest since February 2019

Media Coverage

Retail inflation falls to 2.82% in May, lowest since February 2019
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Sikkim Governor meets Prime Minister
June 13, 2025

The Governor of Sikkim, Shri Om Prakash Mathur met the Prime Minister, Shri Narendra Modi in New Delhi today.

The Prime Minister’s Office handle posted on X:

“Governor of Sikkim, Shri @OmMathur_Raj, met Prime Minister @narendramodi.”