আপোনালোক কৃষক বন্ধুসকলৰ মাজত এই বিষয়ৰ চৰ্চাই এক নতুন আশা সঞ্চাৰ কৰে, নতুন বিশ্বাস জন্মায়৷ আজি আমাৰ মন্ত্ৰী শ্ৰীমান নৰেন্দ্ৰ সিং টোমৰজীয়ে কোৱাৰ দৰে আজি ভগৱান বাসৱেশ্বৰ জয়ন্তী, পৰশুৰাম জয়ন্তী, আজি অক্ষয় তৃতীয়ৰো পবিত্ৰ পৰ্ব৷ লগতে মোৰ ফালৰ পৰা দেশবাসীক ঈদৰ মোবাৰক জনাইছো৷

ক’ৰোনাৰ এই ক্ষণত সকলো দেশবাসীৰ উৎসাহ বৃদ্ধি হওক, এই মহামাৰীক পৰাস্ত কৰাৰ সংকল্প আৰু অধিক দৃঢ় হওক, সেই কামনাৰে আপোনালোকৰ সকলো কৃষক ভাইৰ সৈতে মোৰ যি কথা-বতৰা হ’ল, এতিয়া মই সেয়া আগবঢ়াই নিব বিছাৰিছো৷ এই কাৰ্যসূচীত উপস্থিত কৃষি আৰু কৃষক কল্যান মন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰ জী, কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ মোৰ অন্য সহযোগীসকল, মুখ্যমন্ত্ৰীসকল, ৰাজ্য চৰকাৰৰ আদৰণীয় মন্ত্ৰীসকল, সাংসদসকল, বিধায়কসকল আৰু সমগ্ৰ দেশৰ মোৰ কৃষক ভাই-ভনীসকল৷

আজি অতি প্ৰত্যাহ্বানপূৰ্ণ সময়ত আমি এই কাৰ্যসূচীৰ আয়োজন কৰিছো৷ এই ক’ৰোনা কালতো দেশৰ কৃষকসকলে আমাৰ কৃষি ক্ষেত্ৰত নিজৰ দায়িত্ব পালন কৰিছে, অভিলেখ পৰিমাণ ধান উৎপাদন কৰিছে, আপোনালোকে কৃষি ক্ষেত্ৰত নতুন নতুন পদ্ধতি অৱলম্বন কৰিছে৷ আপোনালোকৰ প্ৰচেষ্টাত পিএম কিষাণ সন্মান নিধিৰ আৰু এটা কিস্তি দিব ওলাইছো৷ আজি অক্ষয় তৃতীয়াৰ পবিত্ৰ উৎসৱ, কৃষি খণ্ডত নতুন চক্ৰৰ আৰম্ভণিৰ সময় আৰু আজিয়েই প্ৰায় ১৯,০০০ কোটি টকা কৃষকসকলৰ একাউণ্টত পোনপটীয়াকৈ হস্তান্তৰ কৰা হৈছে৷ ইয়াৰ লাভালাভ প্ৰায় ১০ কোটি কৃষকে পাব৷ পশ্চিমবংগৰ কৃষকে প্ৰথমবাৰলৈ এই সুবিধা পোৱা আৰম্ভ হৈছে৷ আজি পশ্চিমবংগৰ লাখ লাখ কৃষকে প্ৰথমটো কিস্তি লাভ কৰিছে৷ ৰাজ্যখনৰ পৰা কৃষকৰ নাম কেন্দ্ৰীয় চৰকাৰে যিমানে পাব হিতাধিকাৰীৰ সংখ্যা বৃদ্ধি কৰি গৈ থাকিব৷

বন্ধুসকল,

পিএম-কিষাণ সন্মান নিধিৰ পৰা বিশেষকৈ ক্ষুদ্ৰ আৰু মজলীয়া কৃষকসকল অধিক উপকৃত হয়৷ আজিৰ এই জটিল সময়ক এই ধনৰাশিয়ে এই পৰিয়ালসমূহৰ যথেষ্ট কামত আহিব৷ এতিয়ালৈকে এই যোজনাৰ অধীনত দেশৰ প্ৰায় ১১ কোটি কৃষকে প্ৰায় ১.৩৫লাখ কোটি টকা লাভ কৰিছে৷ ইয়াৰে ভিতৰত ক’ৰোনা কালতে প্ৰায় ৬০ হাজাৰ কোটিতকৈ অধিক ধন লাভ কৰিছে৷ প্ৰয়োজনৰ সময়ত দেশবাসীয়ে পোনপটীয়াকৈ সুবিধা লাভ কৰিছে৷ যিসকলৰ প্ৰয়োজন, তেওঁলোকে ক্ষিপ্ৰতাৰে লাভালাভ প্ৰদান কৰাৰ দিশত চৰকাৰে সদায় প্ৰচেষ্টা হাতত লৈ আহিছে৷

ভাই-ভনীসকল,

ক্ষিপ্ৰতাৰে পোনপটীয়াকৈ কৃষকক লাভ আদায় দিয়াৰ লক্ষ্যৰে উৎপাদিত সামগ্ৰী ক্ৰয়ৰ মাত্ৰা চৰকাৰে বৃদ্ধি কৰিছে৷ ক’ৰোনাৰ সমস্যাবহুল প্ৰত্যাহ্বানৰ মাজত, য’ত কৃষকসকলে কৃষি আৰু উদ্যান শস্যৰ অভিলেখ পৰিমাণৰ উৎপাদন কৰিছে, সেয়াও চৰকাৰে প্ৰতি বছৰে এমএছপিৰ হাৰ ক্ৰয় কৰাৰ নতুন অভিলেখ ৰচনা কৰিছে৷ আগতে ধান আৰু এতিয়া ঘেঁহু ক্ৰয়ৰ পৰিমাণেও অভিলেখ ৰচিছে৷ এই বৰ্ষত এতিয়ালৈকে বিগত বৰ্ষৰ তুলনাত ১০শতাংশ অধিক ঘেঁহু এমএছপি হাৰত ক্ৰয় কৰা হৈছে৷ এতিয়ালৈকে ঘেঁহুৰ ক্ৰয় প্ৰায় ৫৮ হাজাৰ কোটি টকা পোনপটীয়াকৈ কৃষকসকলৰ একাউণ্টত সোমাইছে৷ আটাইতকৈ ডাঙৰ কথাটো হ’ল যে এতিয়া কৃষকসকলে তেওঁলোকৰ উৎপাদিত সামগ্ৰী মাণ্ডিত বিক্ৰী কৰাৰ বাবে দীঘল শাৰী পতাৰ আৰু ধনৰ কাৰণেও অধিক সময় অপেক্ষা কৰাৰ দৰকাৰ নাই, চিন্তা কৰিব লগাও নহয়৷ কৃষকসকলে পাবলগীয়া ধন পোনপটীয়াকৈ তেওঁলোকৰ একাউণ্টত জমা হয়৷ মই আনন্দিত যে পঞ্জাৱ আৰু হাৰিয়ানাৰ লাখ লাখ কৃষকে প্ৰথমবাৰলৈ প্ৰত্যক্ষ লাভ হস্তান্তৰৰ সুবিধাৰ সৈতে জড়িত হৈছে৷ এতিয়ালৈকে পঞ্জাৱৰ কৃষকসকলৰ বেংক একাউণ্টত প্ৰায় ১৮ হাজাৰ কোটি টকা আৰু হাৰিয়ানাৰ কৃষকৰ বেংক একাউণ্টত ৯ হাজাৰ কোটি টকা পোনপটীয়াকৈ জমা কৰা হৈছে৷ নিজৰ সম্পূৰ্ণ ধন বেংক একাউণ্টযোগে লাভ কৰাৰ আনন্দ কিমান হ’ব পাৰে, সেয়া পঞ্জাৱ আৰু হাৰিয়ানা কৃষকেহে অনুভৱ কৰিছে আৰু আমি সেই সন্তুষ্টিৰ হাঁহি দেখিবলৈ পাইছো৷ মই ছ’চিয়েল মিডিয়াত ইমান ভিডিঅ’ দেখিছো যে বিশেষকৈ পঞ্জাৱৰ কৃষকসকলে এইদৰে তেওঁলোকৰ সম্পূৰ্ণ ধন লাভ কৰাৰ সন্তুষ্টি অতি উৎসাহেৰে ব্যক্ত কৰিছে৷

বন্ধুসকল,

খেতিত নতুন সমাধান, নতুন বিকল্প দিয়াৰ বাবে চৰকাৰে নিৰন্তৰ প্ৰচেষ্টা হাতত লৈছে৷ জৈৱিক কৃষিৰ প্ৰতি উদ্গনি দিয়াৰ প্ৰয়াস কৰা হৈছে৷ এই পদ্ধতিত উৎপাদন ব্যয় কম হয়, ই মাটি আৰু মানুহৰ স্বাস্থ্যৰ বাবে লাভজনক আৰু ইয়াৰ দামো অধিক পোৱা যায়৷ অলপ সময়ৰ আগতে এই ধৰণৰ খেতিৰ সন্দৰ্ভত দেশৰ কেইবাগৰাকী কৃষকৰ সৈতে মই কথা পাতিছো৷ তেওঁলোকৰ উৎসাহ, তেওঁলোকৰ অনুভৱ জানি যথেষ্ট উৎসাহিত হৈছো৷ আজি গংগাৰ দুয়ো পাৰত প্ৰায় ৫ কিলোমিটাৰ এলেকা জৈৱিক খেতিৰ প্ৰতি উৎসাহিত কৰা হৈছে, যাতে খেতিত ব্যৱহাৰ কৰা কেমিকেল, বাৰিষাৰ সময়ত পানীত বৈ আহি গংগাত নপৰে আৰু গংগা প্ৰদূষিত নহয়৷ এই জৈৱিক উৎপাদিত শস্য নমামি গংগাৰ ব্ৰেণ্ড হিচাপে বজাৰত উপলব্ধ হৈছে৷ সেইদৰে ভাৰতীয় কৃষি পদ্ধতিৰ ব্যাপক হাৰত প্ৰোৎসাহিত কৰ হৈছে৷ ইয়াৰ সমান্তৰালভাৱে এইটো ধাৰাবাহিক প্ৰচেষ্টা লোৱা হৈছে যে ক্ষুদ্ৰ আৰু প্ৰান্তীয় কৃষকসকলৰ বেংকৰ পৰা কম হাৰত আৰু সহজে ঋণ লাভ কৰে৷ ইয়াৰ বাবে বিগত ডেৰ বছৰৰ পৰা কিষাণ ক্ৰেডিট কাৰ্ড উপলব্ধ কৰাৰ এক বিশেষ অভিযান চলোৱা হৈছে৷ এই সময়ছোৱাত ২ কোটিতকৈ অধিক কিষাণ ক্ৰেডিট কাৰ্ড জাৰি কৰা হৈছে৷ এই কাৰ্ডৰ জৰিয়তে কৃষকসকলে ২ লাখ কোটিতকৈ অধিক ঋণ বেংকৰ পৰা লাভ কৰিছে৷ ইয়াৰ অধিক লাভ পশুপালন, দু্গ্ধপাম আৰু মীন পালনৰ সৈতে জড়িত কৃষকসকলে পোৱা আৰম্ভ কৰিছে৷ কেইদিন পূৰ্বে চৰকাৰে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে আৰু মই ভাৱো যে মোৰ কৃষক ভাই-ভনীসকলে চৰকাৰৰ এই সিদ্ধান্তৰ জৰিয়তে সুখী হ’ব, তেওঁলোকৰ বাবে বহুত লাভজনক হ’ব৷ চৰকাৰে সিদ্ধান্ত লৈছে যে ক’ৰোনা কালৰ প্ৰতি লক্ষ্য ৰাখি কেচিচি ঋণ পৰিশোধ আৰু নবীকৰণৰ সময়সীমা বৃদ্ধি কৰা হৈছে৷ সকলো কৃষকৰে যিমান ঋণ পৰিশোধ কৰিবলৈ বাকী আছে, সেয়া এতিয়া ৩০ জুনলৈকে নবীকৰণ কৰিব পাৰিব৷ এই বৰ্ধিত সময়তো কৃষকসকলে ৪ শতাংশ সুদত যি ঋণ লাভ কৰিছে, যি লাভ অৰ্জন কৰে, সেই লাভ অব্যাহত থাকিব৷

বন্ধুসকল,

গাঁৱে গাঁৱে কৃষকসকলে ক’ৰোনাৰ বিৰুদ্ধে ভাৰতৰ যুঁজত যথেষ্ট অৱদান আগবঢ়াইছে৷ এয়া আপোনালোকৰে পৰিশ্রমৰ ফল যে আজি এই ক’ৰোনাৰ সংকটকালত ভাৰত বিশ্বৰ সর্ববৃহৎ বিনামূলীয়া ৰেচন দিয়াৰ প্রকল্প অব্যাহত ৰাখিব পাৰিছো। প্রধানমন্ত্রী গৰীব কল্যাণ যোজনাৰ জৰিয়তে বিগত বছৰ আঠ মাহ ধৰি দুখীয়ালোকসকলক বিনামূলীয়াকৈ ৰেচন দিয়া হৈছিল। এই বছৰ মে’ আৰু জুন মাহত দেশৰ ৮০ কোটিতকৈও অধিক বন্ধুৱে যাতে ৰেচন পায়, তাৰ ব্যৱস্থা কৰা হৈছে। এই ক্ষেত্রতো আমাৰ দুখীয়া লোকসকলৰ ঘৰৰ যেন চৌকা জ্বলে তাৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্রীয় চৰকাৰে ২৬ হাজাৰ কোটি টকা খৰচ কৰিছে। আমি ৰাজ্য চৰকাৰসমূহক অনুৰোধ জনাও যাতে দুখীয়া লোকসকলৰ এই ৰেচন বিতৰণৰ ক্ষেত্রত কোনো সমস্যা নাহে, সেয়া সুনিশ্চিত কৰে।

বন্ধুসকল,

১০০ বছৰ পাছত অহা ইমান ভয়ংকৰ মহামাৰীয়ে প্রতিটো পদক্ষেপত বিশ্ববাসীৰ পৰীক্ষা লৈছে৷ আমাৰ সন্মুখত এক অদৃশ্য শত্রু আছে। এই শত্রু বহুৰূপীও। এই শত্রুৰ আক্রমণত, এই ক’ৰোনা ভাইৰাছৰ আক্রমণত আমি আমাৰ বহু আপোনজনক হেৰুৱাইছো৷ বিগত সময়ত দেশবাসীয়ে যি কষ্ট সহ্য কৰিছে, বহুতে যে শোক আৰু যন্ত্রণাত দিন কটাইছে, সেয়াও আমি সিমানেই অনুভৱ কৰিছো৷ দেশৰ প্রধান সেৱক হিচাপে আপোনালোকৰ প্রতিটো ভাৱনাত মই সহমৰ্মিতা প্ৰকাশ কৰিছো। ক’ৰোনাৰ দ্বিতীয় লহৰ মোকাবিলা কৰাৰ বিভিন্ন সৰঞ্জামৰ অপৰ্যাপ্ততাৰ ফলত যিমান সমস্যা আহিছে সেয়া দ্রুতগতিত দূৰ কৰা হৈছে৷ যুদ্ধকালীন পৰিস্থিতিত কাম কৰাৰ চেষ্টা চলিছে। আপোনালোকে হয়তো লক্ষ্য কৰিছে, চৰকাৰৰ সকলো বিভাগ, সকলো সম্পদ, আমাৰ দেশৰ নিৰাপত্তা বাহিনী, আমাৰ বিজ্ঞানীসকল–প্রত্যেকেই দিন-ৰাতি এক কৰি ক’ভিড সমস্যাৰ মোকাবিলা কৰিবলৈ ঐক্যবদ্ধ হৈ কাম কৰিছে৷ দেশৰ বিভিন্ন অংশত দ্রুতগতিত ক’ভিড হাস্পতাল নিৰ্মাণ হৈছে। নতুন প্রযুক্তিৰ জৰিয়তে দ্রুত অক্সিজেন প্লাণ্ট গঢ় লৈ উঠিছে। আমাৰ তিনিটা সশস্ত্র সেনা দল–বায়ু সেনা, নৌ-সেনা আৰু স্থল সেনাই পূর্ণ শক্তিৰে এই কামত লাগি পৰিছে। অক্সিজেন ৰে’লে ক’ৰোনাৰ বিৰুদ্ধে যুঁজত ডাঙৰ শক্তি হৈ উঠিছে। দেশৰ দূৰ-দুৰণিলৈ এই বিশেষ অক্সিজেন ৰে’লেৰে অক্সিজেন টেংকাৰ কঢ়িয়াই নিছে৷ অক্সিজেন টেংকাৰ পৰিবহণকাৰী ট্রাক চালকসকলেও ক’তো অপেক্ষা নকৰাকৈ একেৰাহে গাড়ী চলাই গৈছে৷ দেশৰ চিকিৎসকসকল, নাৰ্ছিং ষ্টাফ, চাফাই কর্মচাৰী, এম্বুলেন্স চালকসকল, গৱেষণাগাৰত কর্মৰত ভাই-ভনীসকল, ৰোগীৰ ছোৱাবৰ নমুনা সংগ্রহকাৰীসকলে প্রতিজন মানুহৰ জীৱন ৰক্ষাৰ বাবে ২৪ ঘণ্টা কাম কৰি আহিছে৷ আজি দেশত জৰুৰি ঔষধৰ যোগান বৃদ্ধিৰ বাবে যুদ্ধকালীন তৎপৰতাৰে কাম কৰা হৈছে৷ চৰকাৰ আৰু দেশৰ ফার্মা চেক্টৰে বিগত দিনসমূহত জৰুৰী ঔষধ উৎপাদনত কেইবাগুণ বৃদ্ধি কৰিছে। বিদেশৰ পৰাও ঔষধ আমদানি কৰা হৈছে৷ এই সংকটকালত নিজৰ নিহিত স্বার্থত যিসকলে ঔষধ আৰু অন্যান্য প্রয়োজনীয় সঁজুলিৰ মজুত আৰু ক’লা বজাৰ,  ৰাজ্য চৰকাৰসমূহক অনুৰোধ কৰিম যে তেওঁলোকক চিনাক্ত কৰি কঠোৰ শাস্তি দিয়ক। এয়া তেওঁলোকে মানৱতাৰ বিৰুদ্ধে কাম কৰিছে। ভাৰত সাহস হেৰুওৱা দেশ নহয়। ভাৰতে সাহস নেহেৰুৱায়, কোনো ভাৰতীয়ই সাহস নেহেৰুৱায়৷ আমি যুঁজিম আৰু জয়ী হ’ম৷

বন্ধুসকল,

আজিৰ এই অনুষ্ঠানত আমি দেশৰ সকলো কৃষক, গাঁৱত বসবাসকাৰী সকলো ভাই-ভনীক পুনৰবাৰ ক’ৰোনাৰ বিৰুদ্ধে সজাগ কৰিব বিচাৰো৷ এই সংক্রমণ এতিয়া দ্রুতগতিত গাঁৱে গাঁৱে বিয়পি পৰিছে। দেশৰ প্রতিখন চৰকাৰে ইয়াৰ প্রতিৰোধ কৰিবলৈ যথাসম্ভৱ চেষ্টা কৰিছে। এই প্রতিৰোধত গাঁওবাসীৰ সজাগতা, আমাৰ পঞ্চায়তীৰাজৰ সৈতে যুক্ত যি ব্যৱস্থা আছে তাৰ সহযোগিতা, তেওঁলোকৰ অংশীদাৰিত্ব অতি প্রয়োজনীয়। আপোনালোকে কেতিয়াও দেশকে হতাশ কৰা নাই। এইবাৰো আপোনালোকৰ পৰা এয়াই আশা। ক’ৰোনাৰ সংক্রমণৰ পৰা আপোনালোক, আপোনাৰ পৰিয়ালক ৰক্ষা কৰাৰ বাবে সামাজিক পৰ্যায়ত যিমান পদক্ষেপ লোৱা প্রয়োজন সেয়া আমি ল’মেই। কিন্তু নিয়মীয়া মাস্ক পিন্ধাটো অতি জৰুৰী। প্রত্যেকেই এনেদৰে মাস্ক পিন্ধিব লাগিব, যাতে নাক আৰ মুখ সম্পূর্ণৰূপে ঢাকি থাকে। দ্বিতীয়তে, আপোনালোকৰ কোনো ধৰণৰ কাঁহ, চর্দি, ঠাণ্ডা লগা, জ্বৰ, বমি, পাতলীয়া শৌচ হ’লে–এই ধৰণৰ লক্ষণক সাধাৰণভাৱে অৱহেলা কৰিলে নহ’ব৷ আগতে নিজক যথাসম্ভৱ আনৰ পৰা পৃথক কৰিব ল’ব লাগিব৷ তাৰপাছত য’তদূৰসম্ভৱ ক’ৰোনা পৰীক্ষা কৰাব লাগিব৷ আৰ যেতিয়ালৈকে পৰীক্ষাৰ ৰিপ’র্ট নাপায়, তেতিয়ালৈকে চিকিৎসকসকলে যেতিয়া যি যি ঔষধ খাবলৈ কয়, সেইবোৰ খাই থাকিব লাগিব৷

বন্ধুসকল,

ক’ৰোনা প্রতিৰোধৰ এটা ডাঙৰ মাধ্যম হ’ল টিকাকৰণ। কেন্দ্রীয় চৰকাৰ আৰু সকলো ৰাজ্য চৰকাৰে সন্মিলিতভাৱে নিৰন্তৰ চেষ্টা কৰিছে, যাতে ক্ষিপ্ৰতাৰে অধিকাংশ ভাৰতীয়ৰ টিকাকৰণ হয়। সমগ্ৰ দেশত ইতিমধ্যে প্রায় ১৮ কোটি মানুহৰ টিকাকৰণ হৈছে। সমগ্ৰ দেশত চৰকাৰী হাস্পতালত বিনামূলীয়া টিকা দিয়া হৈছে৷ সেইবাবে যেতিয়াই আপোনালোকৰ নম্বৰ আহিব টিকা অৱশ্যে ল’ব। এই টিকাই আমাৰ ক’ৰোনাৰ বিৰুদ্ধে সুৰক্ষা কবচ প্রদান কৰিব৷ ৰোগৰ প্রাবল্যৰ লগতে মৃত্যুৰ আশংকাও হ্রাস কৰিব। হয়, টিকা লোৱাৰ পাছতো মাস্ক পিন্ধিব লাগিব আৰু দুই গজৰ দূৰত্বৰ কৌশলো মানি নচলিলে নহ’ব৷ পুনৰবাৰ সকলো কৃষক বন্ধুক বহুত বহুত শুভকামনা জনাইছো৷

বহুত বহুত ধন্যবাদ!

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Solar powers India as electricity demand hits record high of 256 GW

Media Coverage

Solar powers India as electricity demand hits record high of 256 GW
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Today, Sikkim has beautifully showcased the spirit of “Ek Bharat, Shreshtha Bharat”: PM Modi in Gangtok
April 28, 2026
Known for Serenity and Enterprise, Sikkim Sees Rapid Progress :PM
One of the best things I noticed all along the way, was the cleanliness of Sikkim's roads: PM
No garbage as far as the eye can see,cleanliness in the air too, cleanliness on the roads as well, the people of Sikkim, are true protectors of nature, its brand ambassadors: PM
We are placing maximum focus on connectivity and infrastructure in Sikkim; In recent years, hundreds of kilometers of highways have been constructed here, Work is progressing rapidly to connect every village with roads: PM
Another vast horizon of possibilities for Sikkim lies in sports;The youth here have showcased their capability and talent on grand stages: PM
Our government is committed to ensuring that alongside robust health infrastructure, people also receive affordable medical treatment: PM
Previously, we provided Ayushman cards to ensure free healthcare for the poor; Now, this facility is being extended to all senior citizens aged 70 years and above, medicines are available at highly affordable prices at Jan Aushadhi Kendras: PM
Sikkim's model of organic and natural farming serves as an inspiration for the entire nation : PM
The lifestyle of Sikkim and Sikkim’s resolve have today become an integral part of the nation's vision: PM

भारत माता की जय।

भारत माता की जय।

भारत माता की जय।

सिक्किम के राज्यपाल श्री ओम माथुर जी, यहां के लोकप्रिय, ऊर्जावान युवा और मेरे परम मित्र श्री प्रेम सिंह तमांग जी, संसद में मेरे साथी श्री दोरजी शेरिंग लेपचा जी, डॉ. इन्द्र हांग सुब्बा जी, श्री दिली राम थापा जी और सिक्किम के मेरे प्यारे भाइयों और बहनों।

समग्र सिक्किम वासी लाई स्वर्ण जयंती को धेरै धेरै बधाई तथा शुभकामना, नमस्ते, टाशी डिले!

खाम-रि-मो! तपाईंहरू कॉस्तो हुनु-हुन्छ ?

साथियों,

मैं कल दोपहर बाद गंगटोक पहुंचा था, और यहां मेरे आने से पहले, मैं बंगाल चुनावों की गहमा-गहमी में जरा व्यस्त था। यहां आते ही एक नई अनुभूति, एक नया आनंद, चारों तरफ उत्सव का माहौल, मन खुशियों से भर गया। रात में हुई बारिश, फिर सुबह की ठंडक और ये खिली हुई धूप, सिक्किम के रंग ही निराले हैं।

साथियों,

पूरब का स्वर्ग सिक्किम, ऑर्किड्स का गार्डन सिक्किम, इसका अप्रतिम सौंदर्य, यहां की शांति, यहां का आध्यात्मिक आनंद, ये अनुभूति बड़े सौभाग्य से मिलती है। आज मैं यहां के ऑर्किड्स को भी देखने गया था। मेरे लिए जितना समय तय हुआ था, मैं ज्यादा ही समय वहां बिता रहा था। और मैं देशभर के टूरिस्टों को, प्रकृति प्रेमी टूरिस्टों को, अगर उन्होंने सिक्किम का ये ऑर्किड नहीं देखा है, तो कुछ भी नहीं देखा है। और मुझे विश्वास है कि इस बार टूरिस्ट, सिक्किम के टूरिज्म के सारे आंकड़े इस बार पार कर देंगे। ऑर्किड में मैंने देखा प्रकृति के वो रंग, उनका उल्लास, मेरा मन अभी भी उसी में डूबा हुआ है।

साथियों,

आज हमें सिक्किम की 50 वर्ष की यात्रा का उत्सव मनाने का अवसर मिला है। जब अवसर इतना ऐतिहासिक हो और इतने दिव्य माहौल में हो रहा हो, तो उसकी भव्यता कई गुना बढ़ जाती है। पालजोर का ये स्टेडियम आज उसी अद्भुत आभा से भरा हुआ है। यहां जो सांस्कृतिक कार्यक्रम हुए, कलाकारों की मुग्ध कर देने वाली प्रस्तुतियां हुईं। सिक्किम के आप लोगों का जो उत्साह दिखा, सामने पहाड़ों और आसमान में प्रकृति की सुंदर छटा दिखी। ऐसा लग रहा था, जैसे प्रकृति और संस्कृति साथ मिलकर जीवंत हो उठी। वाकई ये स्मूर्तियां हमेशा मेरे दिल में बनी रहेगी। और मैं जो भी कोरियोग्राफी करने वाले लोग होंगे, जो भी गाने वाले लोग होंगे, सबको बधाई देता हूं। और आज का ये कार्यक्रम मैं चाहूंगा कि ये टीवी, मीडिया वाले, दूरदर्शन वाले देश को बार-बार दिखाएं। जब देश में राजनीतिक स्वार्थ के चलते भाषावाद, प्रांतवाद, ऊंच-नीच, देश में भेदभाव के लिए लगातार कोशिश हो रही है, आज सिक्किम ने ‘एक भारत श्रेष्ठ भारत’ के दर्शन करा दिए। उन्होंने इस छोटे से कार्यक्रम में पूरा हिंदुस्तान आंखों के सामने खड़ा कर दिया। और अभी भी जो उन्होंने बैठने की रचना की है, मुझे ऊपर से दिखता है, पूरा हिंदुस्तान है, और जो जिस प्रदेश का है, वैसे ही परिवेश है, उधर गुजरात तो गुजराती कपड़ों में लोग बैठे हैं। वाकई-वाकई आपने दिल जीत लिया है। ये मोदी का नहीं, पूरे हिंदुस्तान का दिल जीत लिया है आज। यही तो भारत भक्ति होती है, यही तो देशभक्ति होती है। नई पीढ़ी में इसी से देशभक्ति के भाव जगते हैं। बहुत-बहुत बधाई आप लोगों को।

साथियों,

सिक्किम आने पर मुझे इसलिए भी बहुत खुशी है, क्योंकि पिछली बार मैं खराब मौसम के कारण यहां तक नहीं पहुंच पाया था। मुझे बागडोगरा से ऑनलाइन ही आपसे जुड़ना पड़ा था। आपसे यहां आकर ना मिल पाने की वो कसक मेरे मन में बनी हुई थी। और जब भी प्रेम सिंह जी मिलते थे ना, तो मेरी आंखें झुक जाती थी कि आपने इतनी मेहनत की, मैं आ नहीं पाया, और इसलिए मैं इंतजार में था, वो इंतजार भी आज इस अवसर के माध्यम से पूरा हुआ है।

साथियों,

सिक्किम के लोगों से मिलना मुझे हमेशा एक अलग सुकून देता है। आपकी ये सौम्यता, आपकी ये सादगी, आपके चेहरों की मुस्कान अद्भुत है। यहां आने से पहले भी मैं सिक्किम के कई प्रतिभाशाली लोगों से मिला। सिक्किम के प्रबुद्ध लोग, पद्म सम्मान विजेता, आर्टिस्ट और फुटबॉलर्स उनसे अलग-अलग विषयों पर मेरी बात हुई।

साथियों,

कल शाम को जो रोड शो हुआ, मैं उसे भी अब तक भूल नहीं पाया हूं, और शायद कभी नहीं भूल पाऊंगा। हाथों में हमारा ये प्यारा तिरंगा। लगातार भारत माता का जयकारा, और वंदे मातरम का उद्घोष, पूरा वातावरण ‘एक भारत श्रेष्ठ भारत’ की तस्वीरों से रंगा हुआ था। गंजू लामा द्वार से लोकभवन के रास्ते तक, जिस तरह सिक्किम के मेरे भाई-बहन अपना प्यार देने उमड़े, जिस तरह सभी जातीय समुदायों ने स्वागत किया, हर समुदाय की अपनी वेशभूषा, अपना-अपना संगीत, अपनी-अपनी परंपराएं, पूरा माहौल ही एक बड़े महोत्सव में बदल गया था। ये दृश्य ऐसा था, जैसे प्रकृति की गोद में अलग-अलग रंग खिले हों। बड़ी संख्या में मेरी माताएं-बहनें, बच्चे और बुजुर्ग भी अपना आशीर्वाद देने आए थे। और जो एक सबसे अच्छी बात मुझे पूरे रास्ते भर दिखी, वो थी सिक्किम की सड़कों की स्वच्छता, आप सबको सैल्यूट। दूर-दूर तक कोई गंदगी नहीं, वायु में भी स्वच्छता, सड़कों पर भी स्वच्छता, सिक्किम के आप लोग प्रकृति के पक्के वाले संरक्षक हैं, ब्रैंड एंबेसेडर हैं। मैं फिर देशवासियों को कहता हूं, सिक्किम आइए। कितना साफ-सुथरा, स्वच्छ बनाए रखा है सिक्किम को।

भाइयों-बहनों,

कल रोड शो जो हुआ, और अभी इस आयोजन के लिए मैं आप सभी का और सभी कलाकारों का हृदय से बहुत-बहुत आभार प्रकट करता हूं, आपका अभिनंदन करता हूं। मैं सिक्किम के लोगों को, और सभी देशवासियों को 50 वर्ष की इस महत्वपूर्ण यात्रा के इस उत्सव की बहुत-बहुत बधाई देता हूं। मैं आपको विश्वास दिलाता हूं, आपके प्यार, आपका स्नेह, आपके आशीर्वाद का ये कर्ज, इसे चुकाने के लिए मैं कोई कोर-कसर बाकी नहीं छोडूंगा।

साथियों,

सिक्किम की यात्रा मानवीय मूल्यों की यात्रा है। ये विकास और विरासत को साथ लेकर चलने की यात्रा है। सिक्किम की अनेक पीढ़ियों ने इस यात्रा को आगे बढ़ाया है। गत् 50 वर्ष में जिन-जिन लोगों ने सिक्किम को आगे बढ़ाया है, यहां तक पहुंचाया है, उन सबको मैं आज हृदय से बहुत-बहुत बधाई देता हूं, उनका अभिनंदन करता हूं। जिस समय, जिसको जो करना था, उसने किया, उसने सिक्किम को दिया। अब, इसकी ज़िम्मेदारी हमारे पर है, हमारे ऊपर है। सिक्किम की सरकार, मेरे मित्र प्रेम सिंह जी के नेतृत्व में पूरी ईमानदारी से सिक्किम की विरासत को संजोने और विकास को गति देने का काम कर रही है। हमारे लिए सिक्किम, नॉर्थ ईस्ट केवल देश का एक अहम हिस्सा ही नहीं है, बल्कि ये भारत की ‘अष्ट लक्ष्मी’ हैं। नॉर्थ ईस्ट ये हिंदुस्तान की ‘अष्ट लक्ष्मी’ हैं। इसलिए, हम ‘एक्ट ईस्ट’ की पॉलिसी पर तो काम कर ही रहे हैं, हमने नॉर्थ ईस्ट के लिए ‘एक्ट फास्ट’ का संकल्प भी लिया है। और इसलिए ‘एक्ट ईस्ट’, ‘एक्ट फास्ट’। आज भी यहाँ हजारों करोड़ रुपए की 30 से ज्यादा परियोजनाओं का लोकार्पण और शिलान्यास हुआ है। इनमें रोड, पावर, टूरिज्म, हेल्थ, एजुकेशन, हर तरह के प्रोजेक्ट शामिल हैं। नॉर्थ सिक्किम के क्षेत्रों में 2023 के बाद जो चुनौतियां आईं, उन्हें भी ध्यान में रखा गया है। जहां-जहां कनेक्टिविटी प्रभावित हुई, वहां उसे फिर से मजबूत करने पर फोकस किया गया है। मैं इनके लिए सिक्किम के आप सभी लोगों को बहुत-बहुत बधाई देता हूं।

साथियों,

हमारे सिक्किम की बहुत बड़ी ताकत उसकी टूरिज़्म इकोनॉमी है। सिक्किम का क्षेत्रफल देश के कुल क्षेत्रफल का एक परसेंट से भी कम है, लेकिन देश की 25 परसेंट से ज्यादा फ्लोरल diversity हमारे सिक्किम में मिलती है। यहाँ पक्षियों की करीब 500 प्रजातियाँ, बटरफ़्लाइज़ की करीब 700 प्रजातियाँ, खूबसूरत फॉरेस्ट कवर, कंचनजंगा का अद्भुत आकर्षण, कितना कुछ है। इसलिए हर कोई बार-बार सिक्किम आना चाहता है।

साथियों,

सिक्किम के टूरिज्म से यहां बहुत बड़ी संख्या में लोगों की आय जुड़ी हुई है। और टूरिज्म तभी बढ़ता है, उस राज्य का इंफ्रास्ट्रक्चर जब बढ़िया हो, तब बढ़ता है। इसीलिए हम सिक्किम की कनेक्टिविटी और यहां इंफ्रास्ट्रक्चर पर सबसे ज्यादा फोकस कर रहे हैं। बीते वर्षों में यहाँ सैकड़ों किलोमीटर हाइवेज का निर्माण हुआ है। गाँव-गाँव तक सड़कों को पहुंचाने के लिए तेजी से काम चल रहा है। ऐसे आधुनिक इंफ्रास्ट्रक्चर पहले जिनकी कल्पना भी नहीं होती थी, आज वो हकीकत बन रहे हैं। बागडोगरा से गंगटोक तक एक्सप्रेसवे का निर्माण हो, सेवोक-रंगपो रेल लाइन हो, ये प्रोजेक्ट सिक्किम को पूरे देश से जोड़ने का जरिया बन रहे हैं। यहां नए नेशनल हाईवेज, उसका निर्माण भी कराया जा रहा है। गंगटोक जैसे शहरों में रिंग रोड जैसी परियोजनाएं भविष्य के लिए जरूरी हैं। इस दिशा में भी काम आगे बढ़ रहा है।

भाइयों-बहनों,

बीजेपी सरकार जो काम आज कर रही है, वो पहले भी हो सकते थे, लेकिन काँग्रेस की सरकारों ने हमेशा सिक्किम के विकास को पीछे धकेला। सेवोक-रंगपो रेल लाइन का ही उदाहरण लीजिए, इस प्रोजेक्ट को 2008-2009 में मंजूरी मिली थी, लेकिन जमीन पर काम नहीं हुआ, कागज पर लटका रहा। परियोजना फाइलों में ही पड़ी रही। केंद्र में बीजेपी सरकार आने के बाद विकास को फिर से गति मिली है। पहली बार सिक्किम तक रेल पहुँचने जा रही है।

साथियों,

पर्यटन को बढ़ावा देने के लिए हमें नए ideas की भी जरूरत होती है। आज हम इसी सोच के साथ काम कर रहे हैं। भालेढूंगा, येन-येंग और पेलिंग में रोपवे का निर्माण इसी का उदाहरण है। भालेढूंगा में स्काइवॉक का भी निर्माण कराया जा रहा है। और अब सिंहशोर Bridge पर ग्लास डेक स्काइवॉक भी बनाने की तैयारी है। नाथूला और नामली जैसी जगहों पर बार्डर एक्सपीरियंस को बेहतर बनाने का काम भी हो रहा है।

साथियों,

हमारी सरकार के इन प्रयासों से आपका जीवन आसान होगा, सिक्किम आने वाले पर्यटकों की संख्या और बढ़ेगी, और आपकी आमदनी में भी वृद्धि होगी। और मैं देशभर के टूरिस्टों को हमेशा आग्रह करता हूं। आप यात्रा के लिए जाएं, आप एडवेंचर टूरिज्म के लिए जाएं, आप एनवायरमेंट टूरिज्म के लिए जाएं, लेकिन जहां जाए, वहां जो लोकल उत्पाद होते हैं, आपकी यात्रा के बजट का 5% वहां से कुछ ना कुछ खरीदना कंपलसरी होना चाहिए। लोकल को वोकल बनाने का रास्ता यहीं से शुरू होता है। आप जहां जाए, वहीं का खाना खाएं, जहां जाए वहीं की चीजें खरीदें, Souvenir के तौर पर ले जाएं। ताकि यहां के लोगों को दूर-दूर पहाड़ों में रहने वाले छोटे-छोटे समूहों को ये जो इतनी बड़ी मात्रा में मेरी बहनें आई हैं, ये इतनी बढ़िया-बढ़िया चीजें बनाती हैं सेल्फ हेल्प ग्रुप में, वो खरीदने वाले लोग देश भर से आने चाहिए और इससे यहां रोजगार के अवसर भी बढ़ेंगे।

साथियों,

सिक्किम में इको-वेलनेस टूरिज़्म का भी बहुत स्कोप है, हम इसे भी प्रमोट कर रहे हैं। स्थानीय लोगों को टूरिज़्म से ज्यादा से ज्यादा आय हो, इसके लिए 1 हजार होमस्टे भी बिल्ड किए जा रहे हैं। Adventure टूरिज़्म के लिए भी इंफ्रास्ट्रक्चर को सपोर्ट किया जा रहा है।

साथियों,

सिक्किम के लिए संभावनाओं का एक और आसमान स्पोर्ट्स में भी है, खेलकूद में भी है। यहाँ के युवाओं ने स्पोर्ट्स में अपनी क्षमता और प्रतिभा को बड़े-बड़े मंचों पर साबित किया है। फुटबाल, बॉक्सिंग, आर्चरी, इन खेलों में यहाँ से निकले खिलाड़ियों ने सिक्किम और देश का नाम रोशन किया है।

साथियों,

इन प्रतिभाओं को आगे बढ़ाने के लिए हम ‘खेलो इंडिया’ और ‘फिट इंडिया’ जैसे मूवमेंट चला रहे हैं। यहाँ की State Sports Academy को भी पुनर्जीवित किया गया है। सिक्किम प्रिमियर लीग जैसी sports events को बढ़ावा दिया जा रहा है, ताकि ज्यादा से ज्यादा संख्या में खिलाड़ियों को खेलने का मौका मिले, उनके खेलने में सुधार आए।

साथियों,

यहाँ जसलाल प्रधान जी के नाम पर state-of-the-art boxing academy का भी प्रस्ताव है। इंटीग्रेटेड स्पोर्ट्स और कल्चरल विलेज जैसे प्रोजेक्ट भी आगे बढ़ रहे हैं। इससे सिक्किम के युवाओं को बेहतर सुविधाएं मिलेंगी, और वे अपने खेल को और चमका भी पाएंगे।

साथियों,

आज जिन प्रोजेक्ट्स का लोकार्पण और शिलान्यास हुआ है, उनमें हेल्थ सेक्टर से जुड़े कई बड़े काम भी शामिल हैं। एक समय था, जब सिक्किम और नॉर्थ ईस्ट को कांग्रेस की सरकारों ने पूरी तरह नजर अंदाज कर रखा था। यहाँ स्वास्थ्य सेवाएं बहुत सीमित होती थीं। इस कारण से टूरिस्ट भी यहाँ आने में संकोच करते थे, लेकिन आज वो चुनौती भी खत्म हो रही है। आज सिक्किम में करीब 200 आयुष्मान आरोग्य मंदिर काम कर रहे हैं। आज यहाँ 4 डिस्ट्रिक्ट हॉस्पिटल्स हैं, Tertiary care हॉस्पिटल है, वेलनेस सेंटर्स हैं, यहाँ आयुष सुविधाओं का भी हजारों लोग लाभ ले रहे हैं। ड्रेजॉन्ग नामग्यल सोवा रिग्पा हॉस्पिटल के लोकार्पण के बाद सिक्किम के हेल्थकेयर सिस्टम को और बूस्ट मिलेगा।

भाइयों-बहनों,

हेल्थ इंफ्रास्ट्रक्चर के साथ-साथ लोगों को सस्ता इलाज भी मिले, हमारी सरकार इसके लिए भी कमिटेड है। पहले हमने गरीबों को मुफ्त इलाज के लिए आयुष्मान कार्ड दिये थे। अब ये सुविधा 70 वर्ष और उससे ऊपर वाले उम्र के सभी बुजुर्गों को भी दी जा रही है। साथ ही, जन औषधि केन्द्रों पर दवाएं भी बेहद सस्ते दामों पर उपलब्ध हैं। इन प्रयासों से यहाँ के लोगों का जीवन तो आसान हुआ ही है, इलाज पर होने वाला आपका खर्च भी कम हो रहा है।

साथियों,

आज आर्थिक प्रगति और संसाधनों को लेकर विश्व का नज़रिया तेजी से बदल रहा है। आज दुनिया sustainable lifestyle की बात कर रही है। आज क्लीन एनर्जी पर दुनिया का फोकस है। आज organic फूड्स को प्राथमिकता दी जा रही है। मुझे खुशी है कि हमारा नॉर्थ ईस्ट और सिक्किम इस futuristic ग्रोथ का बड़ा केंद्र है। सिक्किम ने पूरे देश को दिशा दिखाई है। सिक्किम ने तो 10 साल पहले, 2016 में ही पूरे राज्य को organic state घोषित कर दिया था। हमारा डेमाजोंग अब केवल राइस उत्पादन के लिए नहीं जाना जाता, उसकी पहचान अब organic राइस के लिए होने लगी है। बड़ी इलायची, अदरक, हल्दी, एवोकाडो, कीवी, ऐसे कितने ही उत्पाद देश और दुनिया के बाजार तक पहुँच रहे हैं। सिक्किम में medicinal plants की भी सैकड़ों प्रजातियाँ पाई जाती हैं। ये भी स्थानीय लोगों की आय बढ़ाने का जरिया बन रही है।

साथियों,

Organic और प्राकृतिक खेती का सिक्किम का मॉडल, ये पूरे देश के लिए एक प्रेरणा है। सिक्किम की लाइफस्टाइल, सिक्किम के संकल्प, आज ये देश के विज़न का हिस्सा बन चुके हैं। यहां प्राकृतिक खेती को बढ़ावा देने अब ऑर्गेनिक प्रोसेसिंग प्लांट भी शुरू किये गए हैं। इससे किसानों को बाजार से सीधा जुड़ने का मौका मिल रहा है।

साथियों,

सिक्किम की आर्थिक प्रगति में एक बहुत बड़ी भूमिका यहाँ के सेल्फ हेल्प ग्रुप्स और इन महिलाओं की भी है। इन सेल्फ हेल्प ग्रुप्स के प्रॉडक्ट्स बड़े बाज़ारों तक पहुंचे, डिजिटल इंडिया इसमें एक बड़ी भूमिका निभा रहा है। “स्वयं सिक्किम” जैसे प्लेटफॉर्म आज इन महिलाओं को सशक्त बना रहे हैं।

साथियों,

क्लीन एनर्जी के क्षेत्र में सिक्किम की व्यापक क्षमता मौजूद है। यहाँ के पर्यावरण को भी संरक्षित रखते हुए, हमें सिक्किम के इस potential का और इस्तेमाल करना है। मैं जानता हूं, पर्यावरण संरक्षण, ये सिक्किम के लोगों का स्वभाव है। जब देश ने ‘एक पेड़ मां के नाम’ की पहल शुरू की थी, सिक्किम के लोगों ने कर्तव्य भाव से आगे बढ़ाया, और मुख्यमंत्री जी ने यहां के लोग को प्रेरणा देकर के “मेरो रुख मेरो संतति” पहल भी चला रहे हैं। इसके तहत हर शिशु के जन्म पर 108 पेड़ लगाए जाते हैं। मुझे लगता है ये पहल पूरी दुनिया के लिए एक प्रेरणा है। हमें पर्यावरण से जुड़े अपने प्रयासों को और निष्ठा से आगे बढ़ाना है। ये हमारी ऐसी विरासत है, जो हमें अगली पीढ़ी के लिए सुरक्षित रखना है।

साथियों,

सिक्किम और तेज गति से आगे बढ़े, विकसित भारत के सपने को गति दे, हमें इसके लिए मिलकर मेहनत करनी है। हमें सिक्किम को नई ऊंचाइयों पर लेकर जाना है। इसी संकल्प के साथ एक बार फिर, आप सभी को इस अवसर पर शुभकामनाएं देता हूं। आप सभी के उज्ज्वल भविष्य की कामना करता हूं। और आज 50 वर्ष की यात्रा अब हमें दो पड़ाव पूरे करने हैं। जब

सिक्किम की यात्रा के 100 साल होंगे तब क्या करेंगे? सिक्किम की यात्रा के 75 साल होंगे तब तक क्या करेंगे? और देश की आजादी के 100 साल होंगे, विकसित भारत का सपना जो है, 2047 उसके लिए आज से तैयारी शुरू कर करके संकल्प के साथ हम आगे बढ़े। इसी भावना के साथ फिर एक बार हृदय से मैं आप सबका बहुत-बहुत आभार व्यक्त करता हूं। बहुत-बहुत धन्यवाद। मेरे साथ बोलिए-

भारत माता की जय। भारत माता की जय। भारत माता की जय।

वंदे मातरम। वंदे मातरम। वंदे मातरम।

वंदे मातरम। वंदे मातरम। वंदे मातरम।

वंदे मातरम। वंदे मातरम। वंदे मातरम।

वंदे मातरम।