শাৰীৰিকভাৱে সক্ষম লোকৰ আন্তঃৰাষ্ট্ৰীয় দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, ‘শাৰীৰিকভাৱে সক্ষম লোকৰ আন্তঃৰাষ্ট্ৰীয় দিৱস উপলক্ষে আজি আমি সকলোৱে আমাৰ দিব্যাংগ ভাই-ভনীসকলৰ বাবে এক সন্মিলিত, সুলভ আৰু ন্যায়সংগত ভৱিষ্যত গঢ়াৰ প্ৰতি নিজৰ দায়বদ্ধতাক পুনৰ এবাৰ স্মৰণ কৰিছো৷ বিভিন্ন ক্ষেত্ৰত তেওঁলোকৰ ধৈৰ্য, দৃঢ়তা আৰু সফলতাই আমাক অনুপ্ৰাণিত কৰে৷’

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
'Smartphone PLI plan exceeds targets, value addition quadruples': Industry informs govt

Media Coverage

'Smartphone PLI plan exceeds targets, value addition quadruples': Industry informs govt
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 8 জুলাই 2026
July 08, 2026

1,000 Years of Heritage, One Future of Partnership: PM Modi Strengthens India-Indonesia Bonds in Jakarta