প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আয়ুষ্মান ভাৰতৰ অধীনত স্বাস্থ্য নিশ্চিতি কাৰ্যসূচীৰ মুকলিৰ প্ৰস্তুতিৰ অগ্ৰগতি সন্দৰ্ভত খতিয়ান লয়৷

উক্ত আঁচনিটোৱে প্ৰতিঘৰ পৰিয়াললৈ ৫ লাখ টকা পৰ্যন্ত স্বাস্থ্য নিশ্চিতিৰ সুবিধা প্ৰদান কৰিব৷ ই ১০ কোটি দুখীয়া আৰু অসুৰক্ষিত পৰিয়ালক সামৰি ল’ব৷

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়, নিটি আয়োগ আৰু প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ ঊৰ্ধতম বিষয়াই প্ৰধানমন্ত্ৰীক বিভিন্ন প্ৰত্যাশা, ৰাজ্যসমূহত ইয়াৰ প্ৰস্তুতি আৰু আঁচনিটোৰ সৈতে জড়িত প্ৰযুক্তিগত আন্তঃগাঁথনিৰ বিকাশ সন্দৰ্ভত অৱগত কৰে৷

এপ্ৰিল মাহত আম্বেদকাৰ জয়ন্তী উপলক্ষে প্ৰধানমন্ত্ৰীয়ে আয়ুষ্মান ভাৰতৰ অধীনত ছট্টিশগড়ৰ প্ৰত্যাশী জিলা বিজাপুৰত প্ৰথমটো ‘স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰ’ মুকলি কৰে৷

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Budget 2026 aims to build job-ready, formal talent base, say experts

Media Coverage

Budget 2026 aims to build job-ready, formal talent base, say experts
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 3 ফেব্ৰুৱাৰী 2026
February 03, 2026

Modi Hai Toh Mumkin Hai: India Gains Competitive Boost in US Market, Slamming Doubters