প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ-পূৰ্বাঞ্চলৰ মনোমোহা প্ৰাকৃতিক সৌন্দৰ্যক ভূয়সী প্ৰশংসা কৰিছে৷
তেওঁ জনসাধাৰণক উদ্দেশ্যে প্ৰশ্ন কৰে—“আপোনালোকৰ লগত উত্তৰ-পূৰ্বাঞ্চল ভ্ৰমণৰ অথবা এই অঞ্চলসমূহৰ মনোমোহা প্ৰাকৃতিক সৌন্দৰ্যৰ ফটো আছেনে?”
তেওঁ এই ফটোসমূহ ইনষ্টাগ্ৰামত ‘#মেগনিফিচেণ্ট নৰ্থইষ্ট’ ব্যৱহাৰ কৰি সকলোৰে সৈতে শ্বেয়াৰ কৰিবলৈ সৰ্বসাধাৰণক আহ্বান জনায়৷ ‘মই কিছুমান মনোমোহা ফটো মোৰ পেজত শ্বেয়াৰ কৰিম৷’—প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে৷
The beauty of the Northeast is spectacular.
— Narendra Modi (@narendramodi) February 8, 2019
Do you have pictures of your own Northeast visits or glimpses of the spectacular natural beauty of the region?
Share them on Instagram using #MagnificentNortheast. I will share some of the posts on my page too!


