প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দিল্লীৰ এখন বিদ্যালয়ত “স্বচ্ছতাই প্ৰকৃত সেৱা” অভিযান উপলক্ষে শ্ৰমদান কাৰ্যসূচীত অংশ লয়।

ভিডিঅ’ কনফাৰেন্সযোগে দেশৰ ১৭টা স্থানৰ বিভিন্ন ক্ষেত্ৰৰ সৈতে জড়িত লোকসকলৰ সৈতে বাৰ্তালাপ কৰি অভিযান শুভাৰম্ভ কৰাৰ ক্ষন্তেক পাছতে প্ৰধানমন্ত্ৰীয়ে চেণ্ট্ৰেল দিল্লীৰ ৰাণী ঝান্সি ৰোডস্থিত বাবাচাহেব আম্বেদকাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ ৰাওনা হয়। তেওঁ তাত বাবাচাহেব আম্বেদকাৰৰ প্ৰতিমূৰ্তিত পুষ্পাঞ্জলি অৰ্পণ কৰাৰ লগতে স্বচ্ছতা কাৰ্যসূচীতো অংশগ্ৰহণ কৰে। তেওঁ বিদ্যালয়খনৰ তৰুণ শিক্ষাৰ্থীসকলৰ সৈতে বাৰ্তালাপ কৰে আৰু স্বচ্ছতা প্ৰতি তেওঁলোকক কাম কৰিবলৈ আহ্বান জনায়।

|

প্ৰধানমন্ত্ৰী বিদ্যালয়লৈ অহা-যোৱা কৰাৰ সময়ত কোনো ধৰণৰ ট্ৰেফিক প্ৰ’ট’কলৰ ব্যৱস্থা কৰা হোৱা নাছিল।

|
|
|

উল্লেখ্য যে অনুসূচিত জাতিৰ শৈক্ষিক, সামাজিক আৰু অৰ্থনৈতিক কল্যানৰ অৰ্থে ড০ আম্বেদকাৰে নিজে ১৯৪৬ চনত এই বিদ্যালয়খন স্থাপন কৰিছিল।.

Explore More
প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

Popular Speeches

প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
India’s healthcare shifts from reactive to preventive, inclusive & digital under Modi’s 11 years

Media Coverage

India’s healthcare shifts from reactive to preventive, inclusive & digital under Modi’s 11 years
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 21 জুন 2025
June 21, 2025

Health, Harmony, Heritage Celebrating 11th International Yoga Day with PM Modi

Empowering Farmers to Space: PM Modi’s #MakeInIndia Transforms India"