প্ৰধানমন্ত্ৰী মোদীয়ে কোপেনহেগেনত ভাৰত-ডেনমাৰ্ক ব্যৱসায়িক ফ’ৰামত ব্যৱসায়িক নেতৃবৰ্গক উদ্দেশ্যি ভাষণ আগবঢ়ায়৷ ভাষণ প্ৰসংগত প্ৰধানমন্ত্ৰীয়ে কয়, বিগত দিনসমূহত ফ’ম’ বা ‘ফিয়েৰ অফ মিছিং আউট’ বাক্যাংশ ছ’চিয়েল মিডিয়াত ব্যাপক প্ৰচলিত হৈছে৷ ভাৰতৰ সংস্কাৰ আৰু বিনিয়োগৰ সুযোগৰ প্ৰতি লক্ষ্য ৰাখি মই ক’ব পাৰো যে যিসকলে আমাৰ দেশত বিনিয়োগ কৰা নাই, তেওঁলোকে নিশ্চিতভাৱে লোকচানৰ সন্মুখীন হ’ব৷

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Budget 2026-27 lays blueprint for a future-ready digital ecosystem

Media Coverage

Budget 2026-27 lays blueprint for a future-ready digital ecosystem
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 2 ফেব্ৰুৱাৰী 2026
February 02, 2026

Citizens Celebrate PM Modi's Roadmap to Prosperity: Budget 2026 Drives Investment, Jobs, and Sustainable Growth for Every Indian