প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দেশত শিশু আৰু কিশোৰৰ মৃত্যুৰ হাৰ হ্ৰাস কৰাৰ ক্ষেত্ৰত স্বচ্ছ ভাৰত অভিযানৰ দৰে প্ৰচেষ্টাৰ প্ৰভাৱৰ ওপৰত আলোকপাত কৰি বৈজ্ঞানিক প্ৰতিবেদন শ্বেয়াৰ কৰে।

প্ৰধানমন্ত্ৰীয়ে এক্সৰ পোষ্টত কয়ঃ

"স্বচ্ছ ভাৰত অভিযানৰ দৰে প্ৰচেষ্টাৰ প্ৰভাৱৰ ওপৰত আলোকপাত কৰা গৱেষণা দেখি সুখী হৈছো। উপযুক্ত শৌচাগাৰৰ সুবিধাই শিশু আৰু কিশোৰৰ মৃত্যুৰ হাৰ হ্ৰাস কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।"

পৰিষ্কাৰ, নিৰাপদ অনাময় ব্যৱস্থা জনস্বাস্থ্যৰ বাবে গেম-চেঞ্জাৰ হৈ পৰিছে। আৰু মই আনন্দিত যে ভাৰতে এই ক্ষেত্ৰত আগভাগ লৈছে।" 

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India’s 5G traffic surges 70% Y-o-Y: Nokia report

Media Coverage

India’s 5G traffic surges 70% Y-o-Y: Nokia report
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 1 এপ্ৰিল 2026
April 01, 2026

Grassroots Heart, Global Vision: How PM Modi is Weaving Culture, Commerce & Confidence into Viksit Bharat