Share
 
Comments

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি মৈথ্ৰীপালা ছিৰিসেনা, প্ৰধানমন্ত্ৰী ৰণিল উইক্ৰেমেছিংঘে, প্ৰাক্তন ৰাষ্ট্ৰপতি মহিন্দা ৰাজাপাক্ষা আৰু তামিল ৰাষ্ট্ৰীয় মৈত্ৰী প্ৰতিনিধিৰ নেতা আৰ. সমাপানথানক সাক্ষাৎ কৰে৷

 

ডনেচন
Explore More
It is now time to leave the 'Chalta Hai' attitude & think of 'Badal Sakta Hai': PM Modi

Popular Speeches

It is now time to leave the 'Chalta Hai' attitude & think of 'Badal Sakta Hai': PM Modi
PM Modi named world’s most-admired Indian, Big B & SRK follow

Media Coverage

PM Modi named world’s most-admired Indian, Big B & SRK follow
...

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
প্ৰধানমন্ত্ৰী মোদীৰ স্বাধীনতা দিৱসৰ ভাষণৰ বাবে আপোনাৰ পৰামৰ্শ আগবঢ়াওঁক
July 18, 2019
Share
 
Comments

যিহেতু ভাৰতবৰ্ষই অহা মাহত স্বাধীনতা দিৱস উদযাপন কৰিবলৈ সাজু হৈছে, এয়া আপোনালোকৰ বাবে এক সুযোগ এই অনুষ্ঠানৰ অংশ হোৱাৰ আৰু ৰাষ্ট্ৰ নিৰ্মাণত অৱদান আগবঢ়োৱাৰ।

প্ৰধানমন্ত্ৰীৰ ভাষণৰ বাবে আপোনাৰ পৰিৱৰ্তনমূলক মতামত আৰু পৰামৰ্শ আগবঢ়াওঁক। প্ৰধানমন্ত্ৰীয়ে নিজৰ ভাষণত কিছু পৰামৰ্শ অন্তৰ্ভূক্ত কৰিব।

আপোনাৰ ভাৱ তলৰ  মতামত শাখাত শ্বেয়াৰ কৰক