Poverty is not a mental state in India but a result of wrong policies: Prime Minister Modi
It is our government which has ensured affordable and good quality healthcare, social security for the poor and marginalised: PM Modi
Under Ayushman Bharat, free treatment is being ensured for nearly 50 crore people across India: Prime Minister

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ বাছট্ৰালত প্ৰধানমন্ত্ৰী শ্ৰমযোগী মান-ধন (পিএম-এছৱাইএম) যোজনা মুকলি কৰে৷ তাৰোপৰি তেওঁ কিছুমান নিৰ্বাচিত হিতাধিকাৰীক পিএম-এছৱাইএম পেঞ্চন কাৰ্ডো বিতৰণ কৰে৷ সমগ্ৰ দেশৰ তিনি লাখ সাধাৰণ সেৱা কেন্দ্ৰত দুই কোটিতকৈও অধিক কৰ্মীয়ে ভিডিঅ’ কনফাৰেন্সযোগে এই ঘটনাৰ সাক্ষী হৈ ৰয়৷

আজিৰ দিনটোক এক ঐতিহাসিক দিন হিচাপে উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে পিএম-এছৱাইএম যোজনা দেশৰ অসংগঠিত খণ্ডৰ ৪২ কোটি শ্ৰমিকলৈ বুলি উচৰ্গা কৰে৷ তেওঁ কয় যে এই আঁচনিটোৰ জৰিয়তে অসংগঠিত খণ্ডৰ শ্ৰমিকসকলে তেওঁলোকৰ বৃদ্ধ বয়সত মাহে ৩০০০ টকাৰ নিশ্চিত পেঞ্চন লাভ কৰিব৷ স্বাধীনতাৰ পিছত প্ৰথমবাৰলৈ দেশৰ অসংগঠিত খণ্ডৰ শ্ৰমিকসকলৰ বাবে এনে ধৰণৰ আঁচনি প্ৰৱৰ্তন কৰা হৈছে বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে৷

প্ৰধানমন্ত্ৰীয়ে পিএম-এছৱাইএমৰ সুবিধাসমূহৰ বিষয়ে আলোকপাত কৰে৷ কেন্দ্ৰীয় চৰকাৰৰ পৰাও হিতাধিকাৰীসকলৰ সম পৰিমাণৰ ধন জমা হ’ব, প্ৰধানমন্ত্ৰীয়ে এইদৰে কয়৷ তেওঁ অসংগঠিত  খণ্ডৰ কৰ্মীসকল যাৰ মাহিলী উপাৰ্জন ১৫০০০ টকাতকৈ কম, তেওঁলোকক ওচৰৰ সাধাৰণ সেৱা কেন্দ্ৰলৈ গৈ হিতাধিকাৰী হিচাপে পঞ্জীয়ন কৰিবলৈ পৰামৰ্শ প্ৰদান কৰে৷

 

পঞ্জীয়ন প্ৰক্ৰিয়াত কোনো ধৰণৰ সমস্যাৰ সৃষ্টি নহ’ব বুলি মোদীয়ে উপস্থিত জনতাক কেৱল আধাৰ নম্বৰৰ সৈতে বেংক একাউণ্ট সংযোগ কৰিবলৈ আহ্বান জনায়৷ সাধাৰণ সেৱা কেন্দ্ৰত হিতাধিকাৰীসকলৰ পঞ্জীয়নৰ বাবে হোৱা ব্যয় কেন্দ্ৰ চৰকাৰে বহন কৰিব৷ ‘‘এয়া হ’ল ডিজিটেল ইণ্ডিয়াৰ চমৎকাৰ’’, প্ৰধানমন্ত্ৰীয়ে এইদৰে কয়৷

প্ৰধানমন্ত্ৰীয়ে কয় যে কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন যোজনা যেনে আয়ুষ্মান ভাৰত, প্ৰধানমন্ত্ৰী জীৱন জ্যোতি বীমা যোজনা, প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনা, প্ৰধানমন্ত্ৰী আৱাস যোজনা, উজ্বলা যোজনা, সৌভাগ্য যোজনা আৰু স্বচ্ছ ভাৰত যোজনা এনে অসংগঠিত খণ্ডৰ শ্ৰমিকসকলক উদ্দেশ্যিও প্ৰণয়ন কৰা হৈছে৷ তেওঁ চৰকাৰে মহিলা আৰু কন্যাসকলৰ বাবে প্ৰণয়ন কৰা যোজনাসমূহৰ বিষয়েও উল্লেখ কৰে৷

প্ৰধানমন্ত্ৰীয়ে কয় যে কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন যোজনা যেনে আয়ুষ্মান ভাৰত, প্ৰধানমন্ত্ৰী জীৱন জ্যোতি বীমা যোজনা, প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনা, প্ৰধানমন্ত্ৰী আৱাস যোজনা, উজ্বলা যোজনা, সৌভাগ্য যোজনা আৰু স্বচ্ছ ভাৰত যোজনা এনে অসংগঠিত খণ্ডৰ শ্ৰমিকসকলক উদ্দেশ্যিও প্ৰণয়ন কৰা হৈছে৷ তেওঁ চৰকাৰে মহিলা আৰু কন্যাসকলৰ বাবে প্ৰণয়ন কৰা যোজনাসমূহৰ বিষয়েও উল্লেখ কৰে৷

 

উল্লেখ্য, ‘আয়ুষ্মান ভাৰত’ৰ সৈতে পিএম-এছৱাইএম, ‘প্ৰধানমন্ত্ৰী জীৱন জ্যোতি বীমা যোজনা’ আৰু ‘প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনা’ই দেশৰ অসংগঠিত খণ্ডৰ কৰ্মীসকলক বৃদ্ধ বয়সত সম্পূৰ্ণ সামাজিক নিৰাপত্তা প্ৰদানত সমৰ্থ হ’ব৷

দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰ মন্তব্য কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে চৰকাৰে মধ্যভোগী আৰু দুৰ্নীতি নিবাৰণৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ৷ তেওঁ কয় যে প্ৰধানমন্ত্ৰী সদায়েই সজাগ হৈ আছে৷

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Can we have a picture? BRICS delegates gather around PM Modi for candid photo op

Media Coverage

Can we have a picture? BRICS delegates gather around PM Modi for candid photo op
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister extends greetings on Rosh Hashanah to PM Netanyahu, people of Israel and Jewish communities worldwide
September 12, 2026

The Prime Minister, Shri Narendra Modi has extended greetings on the occasion of Rosh Hashanah to Prime Minister of Israel, Benjamin Netanyahu, the people of Israel and Jewish communities across the globe.

The Prime Minister wished that the new year be filled with peace, hope, good health and continued progress for all.

In a post on X, Shri Modi wrote;

“‎Shana Tova!

‎Wishing a very happy Rosh Hashanah to Prime Minister Netanyahu, the people of Israel and Jewish communities across the globe.

‎May the new year be filled with peace, hope, good health and continued progress for all.

‎שנה טובה!

 

‎ מאחל שנה טובה ושמחה לראש הממשלה נתניהו, לעם ישראל ולקהילות היהודיות ברחבי העולם.

 

‎ מי ייתן והשנה החדשה תביא עמה שלום, תקווה, בריאות טובה וקדמה לכולם.


‎ ⁦‪@netanyahu‬⁩”