Government is making every effort to ensure good connectivity to Prayagraj: PM Modi
Kumbh unites us and gives a glimpse of Ek Bharat, Shreshtha Bharat: PM Modi
The actions of the Congress party are proving that it considers itself above country, democracy, judiciary and public: PM Modi

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্ৰয়াগৰাজত এটা নতুন বিমান বন্দৰ চৌহদ আৰু কুম্ভ মেলাৰ বাবে সংহত নিয়ন্ত্ৰণ কেন্দ্ৰ মুকলি কৰে৷

প্ৰধানমন্ত্ৰীয়ে লগতে গংগা পূজন আৰু স্বচ্ছ কুম্ভ প্ৰদৰ্শনী পৰিদৰ্শন কৰে৷ তেওঁ প্ৰয়াগৰাজত অক্ষয় ভাটো ভ্ৰমণ কৰে৷ অন্দাৱাত তেওঁ একাধিক উন্নয়নমূলক প্ৰকল্প দেশবাসীৰ নামত উচৰ্গা, উদ্বোধন তথা আধাৰশিলাও স্থাপন কৰে৷

এই উপলক্ষে এক ৰাজহুৱা সভাত ভাষণত প্ৰধানমন্ত্ৰীয়ে এই বছৰৰ অৰ্ধ-কুম্ভৰ তীৰ্থ যাত্ৰীসকলে অক্ষয়ো ভ্ৰমণ কৰিব পাৰিব বুলি ঘোষণা কৰে৷ প্ৰধানমন্ত্ৰীয়ে কয় যে চৰকাৰে প্ৰয়াগৰাজৰ যোগাযোগ উন্নত কৰাৰ বাবে সকলো ধৰণৰ প্ৰচেষ্টা হাতত ল’ব৷ আজি দেশবাসীৰ নামত উচৰ্গা কৰা প্ৰকল্পসমূহে আন্তঃগাঁথনি আৰু যোগাযোগ উভয়তে সহায় কৰিব৷ ইফালে, নতুন বিমান বন্দৰটো এবছৰৰ ভিতৰতে নিৰ্মাণ সম্পূৰ্ণ কৰি অভিলেখ ৰচনা কৰা বুলিও তেওঁ সদৰি কৰে৷

 

 

 

 

 

 

 

 

 





 

প্ৰধানমন্ত্ৰীয়ে কয় অৰ্ধ-কুম্ভৰ বাবে অহা তীৰ্থ যাত্ৰীসকলৰ বাবে এক সুকীয়া অভিজ্ঞতা নিশ্চিত কৰিবলৈ সকলো প্ৰচেষ্টা হাতত লোৱা হৈছে৷ তেওঁ কয় যে এই প্ৰচেষ্টাই ভাৰতৰ গৌৰৱোজ্জল অতীত আৰু এক উজ্জল ভৱিষ্যতক প্ৰতিফলিত কৰে৷

প্ৰধানমন্ত্ৰীয়ে কয় যে চৰকাৰে এখন স্বচ্ছ গংগা সুনিশ্চিত কৰাৰৰ হকেও কাম কৰি আছে৷ এই ক্ষেত্ৰত আৱৰ্জনা নিষ্কাষণ প্ৰকল্প আৰু ঘাটসমূহৰ সৌন্দৰ্যবৰ্ধনৰ কামসমূহ উল্লেখযোগ্য৷

প্ৰধানমন্ত্ৰীয়ে কুম্ভক ভাৰত আৰু ভাৰতীয়ত্বৰ এক প্ৰতীক হিচাপে ব্যাখ্যা কৰে৷ তেওঁ কয় এইটোৱে আমাক একত্ৰিত কৰে আৰু এক ভাৰত, শ্ৰেষ্ঠ ভাৰতৰ আভাস দিয়ে৷

তেওঁ কয় কুম্ভ আয়োজন কৰাটো কেৱল এক বিশ্বাসৰ বিষয়েই নহয়, বৰঞ্চ ই সন্মান তথা কুম্ভলৈ অহা প্ৰতিগৰাকী পৰ্যটকৰ সম্পূৰ্ণ যত্ন লোৱা উচিত৷

 তেওঁ কয় অৰ্ধ কুম্ভই কেনেকৈ ‘নতুন ভাৰতে’ ঐতিহ্য আৰু আধূনিকতা সমাহাৰ ঘটাইছে, তাক প্ৰদৰ্শিত কৰিব৷

প্ৰধানমন্ত্ৰীয়ে সকলো সাৱধান কৰি কয় যে একাংশ শক্তিয়ে ন্যায়পালিকাৰ ওপৰত হেঁচা প্ৰয়োগ কৰি আহিছে৷ 

 

 তেওঁ কয় যে এই শক্তিসমূহে নিজকে সকলো প্ৰতিষ্ঠানৰ ঊৰ্ধত বুলি ভাৱে৷

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

Click here to read full text speech

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
EPFO settles 8.3 crore claims in FY26; cheque leaf upload reform benefits 7 crore members, says govt

Media Coverage

EPFO settles 8.3 crore claims in FY26; cheque leaf upload reform benefits 7 crore members, says govt
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister Narendra Modi receives a telephone call from the US Vice President
August 08, 2026
PM and Vice President Vance review progress in the India-U.S. Strategic Partnership.
PM and Vice President Vance exchange views on regional and global developments.
PM warmly congratulates Vice President Vance and Ms. Usha Vance on the birth of their son.

Prime Minister Shri Narendra Modi received a telephone call today from the Vice President of the United States, Mr. J.D. Vance.

Prime Minister and Vice President Vance reviewed progress in the India-U.S. Comprehensive Global Strategic Partnership. They noted the sustained momentum in the high-level engagements and reaffirmed their commitment to further strengthening cooperation in trade, defence, critical and emerging technologies, energy security and critical minerals.

They also exchanged views on regional and global developments of mutual interest.

Prime Minister warmly congratulated Vice President Vance and Ms. Usha Vance on the birth of their son and conveyed best wishes to the family.