গ্লাছগ’ত অনুষ্ঠিত ‘চিঅ’পি২৬’-ৰ আহৰি পৰত ২নৱেম্বৰ, ২০২১ৰ দিনা ইজৰাইলৰ প্ৰধানমন্ত্ৰী মহামহিম নাফটালি বেন্নেটৰ সৈতে এক বৈঠকত মিলিত হয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী। দুয়োগৰাকী প্ৰধানমন্ত্ৰীৰ মাজত অনুষ্ঠিত এয়া প্ৰথমখন বৈঠক আছিল।

প্ৰধানমন্ত্ৰীদ্বয়ে দ্বিপাক্ষিক ৰণকৌশলগত সহযোগিতা সম্পৰ্কীয় প্ৰসংগসমূহৰ পৰ্যালোচনা কৰে আৰু বিভিন্ন প্ৰসংগত আগবঢ়া দুয়ো দেশৰ মাজৰ সম্পৰ্কক লৈ সন্তুষ্টি প্ৰকাশ কৰে। তেওঁলোকে পৰস্পৰৰ মাজত, বিশেষকৈ উচ্চ প্ৰযুক্তি আৰু উদ্ভাৱনশীলতাৰ ক্ষেত্ৰত সহযোগিতাৰ পৰিসৰ বৃদ্ধিৰ প্ৰসংগত সহমত প্ৰকাশ কৰে।

অহাটো বছৰত ভাৰত-ইজৰাইলৰ মাজত পূৰ্ণ পৰিসৰৰ কূটনৈতিক সম্পৰ্ক স্থাপনৰ ৩০টা বছৰ সম্পূৰ্ণ হোৱাৰ কথা স্মৰণ কৰা প্ৰধানমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰী বেন্নেটক ভাৰত ভ্ৰমণৰ বাবে আমন্ত্ৰণ জনায়।

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India driving South Asia as world's brightest growth spot: WEF survey

Media Coverage

India driving South Asia as world's brightest growth spot: WEF survey
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 17 জানুৱাৰী 2026
January 17, 2026

Citizens Celebrate Unstoppable India: PM Modi's Vision of Innovation and Inclusion