প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি চন্দ্ৰযান-২ৰ সফল উৎক্ষেপণ উপলক্ষে ইছৰোৰ বিজ্ঞানীসকলক অভিনন্দন জনায়৷ এক অডিঅ’ বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয় যে চন্দ্ৰ অভিযানৰ সফল উৎক্ষেপণ সমগ্ৰ দেশৰ বাবেই এক গৌৰৱৰ ক্ষণ৷ 

প্ৰধানমন্ত্ৰী মোদীয়ে ইছৰোৰ বিজ্ঞানীসকলক প্ৰশংসা কৰাৰ লগতে কয় যে এই অভিযানে পূৰ্বৰ অভিযানত বৰ্তমানলৈকে উন্মোচিত নোহোৱা চন্দ্ৰৰ ভিতৰভাগৰ বহু অজানা কথা জনাত সহায় কৰিব৷ তেওঁ লগতে কয় যে এই অভিযানে ভাৰতক চন্দ্ৰপৃষ্ঠত উপনীত হোৱা বিশ্বৰ চতুৰ্থখন দেশ হিচাপে পৰিগণিত কৰিব৷

Explore More
প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

Popular Speeches

প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
Social security cover up from 24% in 2019 to 64%: ILO report

Media Coverage

Social security cover up from 24% in 2019 to 64%: ILO report
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 12 জুন 2025
June 12, 2025

Building a Viksit Bharat with Innovation and Inclusion under the Leadership of PM Modi