পেলেষ্টাইনত উপস্থিত হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰীৰ ভ্ৰমণ হিচাপে এই ভ্ৰমণ ঐতিহাসিক হিচাপে চিহ্নিত হৈছে। প্ৰধানমন্ত্ৰীয়ে ৰামাল্লাহত দেশখনৰ ৰাষ্ট্ৰপতি মাহমুদ আব্বাছক সাক্ষাৎ কৰিব৷
Reached Palestine. This is a historic visit that will lead to stronger bilateral cooperation. pic.twitter.com/PpzN1JaBYO
— Narendra Modi (@narendramodi) February 10, 2018
PM Modi arrives in Palestine


