মালয়ছিয়া সংসদৰ সদস্য তথা মালয়ছিয়াৰ পাৰ্টি কেডিলান ৰাকয়ট দলৰ নেতা ডাটুক ছেৰি আনৱাৰ ইব্ৰাহিমে আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে৷

মহম্মদ ইব্ৰাহিমক সংগদান কৰে মালয়ছিয়ান সংসদৰ দুজন সদস্য মাননীয় কেশৱন সুব্ৰমণিয়ম আৰু মাননীয় সান্থাৰা কুমাৰ ৰামানাইডুয়ে৷

প্ৰধানমন্ত্ৰীয়ে শ্ৰীযুত ইব্ৰাহিমক শেহতীয়াকৈ অনুষ্ঠিত হোৱা নিৰ্বাচনত পিকেপি দলৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত হোৱাত শুভেচ্ছা প্ৰদান কৰে৷ প্ৰধানমন্ত্ৰীয়ে ২০১৮ বৰ্ষত মে’ মাহত মালয়ছিয়াত হোৱা শেহতীয়া সন্মিলনখনৰ কথা সোঁৱৰণ কৰে৷ প্ৰধানমন্ত্ৰীয়ে মালয়ছিয়াৰ প্ৰধানমন্ত্ৰী এইচ.ই. টুন ডঃ মাহাথিৰ মহম্মদলৈও শুভেচ্ছা প্ৰদান কৰে৷

দুয়োগৰাকী নেতাই দ্বিপাক্ষিক, আঞ্চলিক আৰু পৰস্পৰৰ আগ্ৰহৰ বিশ্বজনীন বিষয় সন্দৰ্ভত আলোচনা কৰে৷ 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
A Milestone in Financial Inclusion: The Success Story of PMSBY

Media Coverage

A Milestone in Financial Inclusion: The Success Story of PMSBY
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 9 মে’ 2026
May 09, 2026

Citizens Celebrate India’s Civilisational & Economic Awakening Under PM Narendra Modi