ভাৰতৰ নৱীকৰণযোগ্য শক্তি খণ্ডৰ বিকাশক ‘উল্লেখনীয়’ আৰু ‘স্থিৰতাৰ প্ৰতি আমাৰ জনসাধাৰণৰ প্ৰতিশ্ৰুতি’ বুলি আজি প্ৰশংসা কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।
কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী প্ৰহ্লাদ যোশীয়ে ‘এক্স’ত কৰা এটা ‘পোষ্ট’ৰ প্ৰতি সঁহাৰি জনায় তেওঁ কয়:
"এক উল্লেখনীয় বিকাশ, স্থিৰতাৰ প্ৰতি আমাৰ জনসাধাৰণৰ প্ৰতিশ্ৰুতিৰ উদাহৰণ!"
A great development, illustrating the commitment of our people towards sustainability! https://t.co/KzII0Crind
— Narendra Modi (@narendramodi) April 1, 2025


