Share
 
Comments

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পৱিত্ৰ ঈদ-উল-ফিতৰ উপলক্ষে দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰিছে।

প্ৰধানমন্ত্ৰীয়ে এইদৰে টুইট কৰেঃ

"ঈদ-উল-ফিতৰ উপলক্ষে শুভেচ্ছা জনাইছোঁ। এই পৱিত্ৰ উত্সৱে আমাৰ সমাজত একতা আৰু ভাতৃত্ববোধৰ বান্ধোন কটকটীয়া কৰক। সকলোৱে সুস্বাস্থ্য আৰু সমৃদ্ধময় জীৱনৰ অধিকাৰী হওক-তাৰেই কামনা কৰিছোঁ।"

Explore More
৭৬ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে লালকিল্লাৰ দূৰ্গৰ পৰা ৰাষ্ট্ৰবাসীক উদ্দেশ্যি প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

Popular Speeches

৭৬ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে লালকিল্লাৰ দূৰ্গৰ পৰা ৰাষ্ট্ৰবাসীক উদ্দেশ্যি প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
Telangana: Sircilla weaver gets PM Narendra Modi praise for G20 logo

Media Coverage

Telangana: Sircilla weaver gets PM Narendra Modi praise for G20 logo
...

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM pays homage to Sri Guru Teg Bahadur Ji on his martyrdom day
November 28, 2022
Share
 
Comments

The Prime Minister, Shri Narendra Modi has paid tributes to Sri Guru Teg Bahadur Ji on his martyrdom day.

The Prime Minister tweeted;

"I pay homage to Sri Guru Teg Bahadur Ji on the day of his martyrdom. He is universally admired for his courage and unwavering commitment to his principles as well as ideals. He refused to bow to tyranny and injustice. His teachings continue to motivate us."